Posts

ভূপৃষ্ঠৰ সময় গণনা

পাঠ নং - 01 1. অক্ষাংশ কাক বােলে? 2. আৰু অক্ষাংশ কেনেকৈ নির্ণয় কৰা হয়? 3. দ্রাঘিমাংশ কাক বােলে? 4. দ্রাঘিমাংশ কেনেকৈ নির্ণয় কৰা হয়? 5. স্থানীয় সময় আৰু মান সময়ৰ সম্পর্ক কি? 6. দ্রাঘিমাংশৰ ভিত্তিত স্থানীয় সময় কিদৰে গণনা কৰিব পাৰি? 7. আন্তঃৰাষ্ট্রীয় সময়ৰেখা কি? 1. ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অৱস্থিতি জনাৰ বাবে কেই প্রকাৰৰ ৰেখাৰ সহায়  লােৱা হয়? কি কি? উঃ  ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অবস্থিতি জনাৰ বাবে দুই প্রকাৰৰ ৰেখাৰ সহায়  লােৱা হয়। ১) দ্রাঘিমা ৰেখা। আৰু ২) অক্ষ ৰেখা। 2.   দ্রাঘিমা ৰেখা কাক বােলে? উঃ পৃথিবীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী যিবােৰ  অর্দ্ধবৃত্ত কল্পনা কৰা হয় সেইবােৰক দ্রাঘিমা ৰেখা বােলে। 3.   অক্ষ ৰেখা কাক বােলে? উঃ  দ্রাঘিমা বেখাবােৰক সমকোণত কটাকৈ পূবা- পশ্চিমাকৈ যিবােৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় সেইবােৰক  অক্ষ ৰেখা বােলে। 4. খালী ঠাই পূৰ কৰা। (ক) দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______। উঃ   সমান (খ)   দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______। উঃ   সমান নহয়। (...

LACHIT BORPHUKAN, Lesson 1, English, Class VII, SSN

The Great Hero of Assam The Hindu civilization - হিন্দু সভ্যতাই, has given birth - জন্ম দিছে, to many sages - বহু মনীষীৰ, and warriors - আৰু যোদ্ধাৰ, over its long history - ইয়াৰ সুদীৰ্ঘ ইতিহাসত. (হিন্দু সভ্যতাই ইয়াৰ সুদীৰ্ঘ ইতিহাসত বহু মনীষী  আৰু যোদ্ধাৰ জন্ম দিছে)। 1. What has the Hindu Civilisation given birth to, over its long history? Ans. The Hindu Civilisation has given birth to many sages and warriors over its long history. This is a story - এইটো এটা কাহিনী, of one - এজনৰ, of its - ইয়াৰ, greatest sons - আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ, mostly known - বেছিকৈ জ্ঞাত, within Assam only - কেৱল অসমৰ ভিতৰতহে. (এইটো কেৱল অসমৰ ভিতৰতহে বেছিকৈ জ্ঞাত আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ এজনৰ এটা কাহিনী ) Unfortunately - দুৰ্ভাগ্যবশতঃ, he is unknown - তেওঁ অপৰিচিত, amongst - মাজত, most of the Indians - প্ৰায়ভাগ ভাৰতীয়ৰ. (দুৰ্ভাগ্যবশতঃ, তেওঁ প্ৰায়ভাগ ভাৰতীয়ৰ মাজত অপৰিচিত।) In India - ভাৰতবৰ্ষত, the Ahoms - আহোমসকল, in Assam - অসমত, were the only rulers - একমাত্ৰ শাসনকৰ্...

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ, পঞ্চম শ্ৰেণী।

1. মেলেৰিয়া কি? উত্তৰ - মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ। 2. মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে? উত্তৰ - মেলেৰিয়া ৰোগ এন'ফিলিছ নামৰ এবিধ মাইকী মহৰ দ্বাৰা বিয়পে। 3. সংক্ৰামক ৰোগ কাক বোলে? উত্তৰ -  যিবোৰ ৰোগ এজনৰ পৰা‌ আন এজনলৈ বিয়পিব পাৰে, তেনেবোৰ ৰোগকে সংক্ৰামক ৰোগ বোলে। বা  কিছুমান ৰোগ আছে যিবোৰ সহজে এজনৰ পৰা আন এজনলৈ বিয়পে। এনে ৰোগত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত থাকিলে সুস্থ ব্যক্তিও সেই ৰোগত ভুগিব পাৰে। এনেবোৰ ৰোগক সংক্ৰামক ৰোগ বোলে। 4.  বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম লিখাঁ। উত্তৰ -  বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম হ'ল - কলেৰা, ডিছেন্ট্ৰী, মেলেৰিয়া, যক্ষ্মা আদি। 4.  মহৰ শৰীৰটো কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি? উত্তৰ -  মহৰ শৰীৰটো তিনিটা ভাগত ভাগ কৰিব পাৰি।  ভাগকেইটা হ'ল - মূৰ, বুকু আৰু উদৰ। 5. মহৰ মূৰত থকা দীঘল নলীডালক কি বোলে? উত্তৰ - শুং বোলে। 6. মহৰ বুকুত কেইযোৰ ঠেং থাকে? উত্তৰ - তিনিযোৰ 7. মহে উৰোতে কিহৰ দ্বাৰা গুণগুণ শব্দ কৰে? উত্তৰ - মহে উৰোতে বতাহত পাখি দুখন লাগি গুণগুণ শব্দ হয়। 8. কণীৰ পৰা মহ হ'বলৈ কিমান সময় লাগে? উত...

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী

Image
প্ৰাণীৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী 1. প্ৰাণীয়ে উদ্ভিদৰ পৰা কেইপ্ৰকাৰে খাদ্য গ্ৰহণ কৰে আৰু কি কি? উত্তৰ - প্ৰাণীয়ে উদ্ভিদৰ পৰা দুই প্ৰকাৰে খাদ্য গ্ৰহণ কৰে। (ক) প্ৰত্যক্ষভাৱে (উদ্ভিদ খাই)। আৰু (খ) পৰোক্ষভাৱে (উদ্ভিদ খোৱা প্ৰাণীৰ মাংস খাই)। 2. শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা লিখাঁ। উত্তৰ - শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা হ'ল -    (ক) ই শৰীৰত শক্তিৰ যোগান ধৰে।    (খ) ই দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। আৰু    (গ) ই শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। 3. হ'ল'জইক পদ্ধতি কি? উত্তৰ - প্ৰাণীয়ে কঠিন জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰা পদ্ধতিক হ'ল'জইক পদ্ধতি বোলে। 4. ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম লিখা। উত্তৰ - ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম হ'ল মৌ-মাখি আৰু হামিং বাৰ্ড। 5. এমিবাই কিহৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ খাদ্য হিচাপে আৱৰি ধৰে? উত্তৰ - কূটপদৰ দ্বাৰা। 6. হাইড্ৰাই কিহৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে? উত্তৰ - টেন্টাকুলৰ দ্বাৰা। 7. এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা। উত্তৰ - 8. হাইড্ৰাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা। ...

7 ৰে বিভাজ্যতা

বিভাজ্যতা পৰীক্ষা কৰিব লগীয়া সংখ্যাটোৰ শেষৰ অংকটো গুচাই লৈ দুগুণ কৰা। এইদৰে পোৱা সংখ্যাটো মূল সংখ্যাটোৰ পৰা শেষৰ সংখ্যাটো গুচোৱাৰ পিছত বাকী ৰোৱা সংখ্যাটোৰ পৰা বিয়োগ কৰা। যদি এই বিয়োগফল 7 ৰে বিভাজ্য হয়, তোতিয়া সংখ্যাটোও 7 ৰে বিভাজ্য হব। উল্লেখনীয় যে এই প্ৰক্ৰিয়াটো কেতিয়াবা একাধিকবাৰ পুনৰাবৃত্তি কৰিব লাগিব। উদাহৰণস্বৰূপে 3101 সংখ্যাটো 7 ৰে বিভাজ্য হ ’ বনে চাবৰ বাবে প্ৰথমে 3101 ৰ শেষৰ অংক 1 টো গুটাই তাৰ দুগুণ 2 ক 3101 ৰ পৰা 1 টো গুচাই পোৱা 310 ৰ পৰা বিয়োগ কৰিলে 308 পোৱা যাব। এইবাৰ 308 ৰ পৰা 8 গুচাই ইয়াৰ দুগুণ 16 ক 30 ৰ পৰা বিয়োগ কৰিলে 14 পোৱা যাব। যিহেতু 14 সংখ্যাটো 7 ৰে বিভাজ্য, গতিকে 3101 সংখ্যাটোও 7 ৰে বিভাজ্য হ ’ ব।  

Elements, Atoms, Compunds, Mixtures etc.

Atoms  are the smallest bits of ordinary matter and are made from particles called  protons  (which carry a positive electrical charge),  neutrons  (which carry no electrical charge) and  electrons  (which carry a negative electrical charge). The protons and neutrons cluster together in the central part of the atom, called the  nucleus , and the electrons 'orbit' the nucleus. A particular atom will have the same number of protons and electrons and most atoms have at least as many neutrons as protons. An element is a substance that is made entirely from one type of atom. For example, the element  hydrogen  is made from atoms containing just one proton and one electron. If you had very, very good eyes and could look at the atoms in a sample of hydrogen, you would notice that most of the atoms have no neutrons, some of them have one neutron and a few of them have two neutrons. These different versions of hydrogen are called  isotop...

What are isotopes of an element?

Ans. Isotopes are atoms of the same element having the same atomic number but different mass numbers. As for example protium, deuterium and tritium are three isotopes of Hydrogen. While all these have one proton in the nucleus of each atom, they have 0, 1 and 2 neutrons in their nucleus respectively.