Posts

Showing posts from September, 2020

ৰেখা আৰু কোণ, জ্যামিতি, সপ্তম শ্ৰেণী, শংকৰদেৱশিসশু নিকেতন, গুৱাহাটী।

Image
1.   ৰেখাখণ্ড কাক বোলে? উ: - ৰেখাখণ্ড হ'ল সৰল ৰেখা এডালৰ এটা অংশ যাৰ দুটা প্ৰান্তবিন্দু থাকে।                  ওপৰৰ চিত্ৰত  AB এডাল ৰেখাখণ্ড। A আৰু B ইয়াৰ দুটা প্ৰান্তবিন্দু। 2.  ৰশ্মি কাক বোলে? উ: - ৰশ্মি হল সৰলেৰখাৰ এটা অংশ, যাৰ আদিিবন্দু আছে, কিন্তু কোনো অন্তিম বিন্দু নাই।               ওপৰৰ চিত্ৰত   AB এডাল ৰশ্মি। A ইয়াৰ আদিবিন্দু।

জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োগ কিয় দৰকাৰ?

জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োগ কিয় দৰকাৰ ? উঃ – আমি ভৰিৰ পতাৰ দৈৰ্ঘ্য, খোজৰ দৈৰ্ঘ্য, হাতৰ আঙুলিৰ প্ৰস্থ আদিৰ সহায়ত বিভিন্ন জোখ-মাখ ল'ব পাৰোঁ। কিন্তু, সকলোৰে ভৰিৰ পতাৰ দৈৰ্ঘ্য, খোজৰ দৈৰ্ঘ্য, হাতৰ আঙুলিৰ প্ৰস্থ আদিৰ জোখ একে নহয়। ফলত এনেদৰে লোৱা জোখ আসোঁৱাহপূৰ্ণ হয়। সেয়েহে আমি লোৱা জোখ-মাখ অধিক বিশ্বাসযোগ্য আৰু নিখুঁত কৰিবৰ বাবে প্ৰমাণ একক প্ৰয়োগ কৰা দৰকাৰ।