Posts

Showing posts with the label English Grammar

Basic Sentence Patterns in English (With A little explanation in Assamese)

Image
Basic Sentence Patterns in English 1. S + V 2. S + V + O 3. S + V  + O + O 4. S + V + C 5. S + V + O + C * S + V   Examples He plays. I eat. He runs. She sleeps. She reads. They Travel. Sachin Tendulkar walks. * S + V + O   Examples I eat rice. I play football. I play cricket. I write a letter. We sing a song. We sing songs. Manish Malhotra designs lots of fashionable cloths. The boy sings a song. He plays basketball. You draw a picture. I write letter. Raj eats lots of fast foods. We read story books. He plays cricket. I write a letter. He goes school. I go to school. He eats fruits. S + V  + O + O He gave me a book. I gave her a flower. *  S + V + C  Examples I am a student. I am a girl. He is a player. He is an architect. He is a teacher. I am a teacher She is a singer . I am an artist. She is a great teacher. He is a doctor I am a dancer. Siraj Singha is a good chef. Jayanta Malla Barua is a politician. She is a good dancer. I am a singer We p...

Noun , Pronoun , Subject , Verb , Object ইত্যাদি।

Image
Q. What is noun? Ans. Noun is the name of anything. Q. Noun ক অসমীয়াত ___ বুলি কোৱা হয়। Ans. নামপদ, বিশেষ্যপদ বা সংজ্ঞাপদ Q. কেইটামান Noun ৰ উদাহৰণ দিয়াঁ। Ans. Ram, Madhu, Jadu, Bishal, Sudarshan, Barnam, Sita, Bandita, Kritishikha, Ghana Shyam, car, book, pen, pencil,  Q. Pronoun ক অসমীয়াত কি বুলি কোৱা হয়? Ans. সৰ্বনাম। Q. কেইটামান pronoun ৰ উদাহৰণ দিয়াঁ। Ans. কেইটামান pronoun ৰ উদাহৰণ হ’ল - I, we, you, you, he, she, it, they আদি। Q. Subject বা কৰ্তা কি? Ans. সাধাৰণতে কোনো বাক্যত যি ব্যক্তি বা বস্তুৰ বিষয়ে কোৱা হয়, তাকে উদ্দেশ্য বা কৰ্তা ইংৰাজীত subject বুলি কোৱা হয়। উদাহৰণস্বৰূপে, The flower is beautiful. এই বাক্যত ফুলপাহ (The flower) বিষয়ে কোৱা হৈছে। গতিকে The flower হ’ব উদ্দেশ্য বা subject. সাধাৰণতে কৰ্তা শব্দৰ অৰ্থ হ'ল কৰোঁতা। অৰ্থাত্ যি কৰে, সি কৰ্তা। The flower is beautiful বাক্যটোত ফুলপাহে একো কৰা নাই। ইয়াত কেৱল ফুলপাহ ধুনীয়া বুলিহে উল্লেখ কৰা হৈছে। গতিকে ই উদ্দেশ্য যদিও কৰ্তা নহয়। The hunter killed the tiger. ইয়াত বাঘটো (The hunter) ৰ বিষয়ে কোৱা হৈছে। গতিকে The hunter ...

Some Commonly Used Phrases Using "of"/ৰ

Image
  Some Commonly Used Phrases Using "of"/ৰ of the A.C. – এ.চি.টোৰ of the apartment - এপাৰ্টমেন্টটোৰ of the bag – মোনাখনৰ of the bank - বেংকটোৰ of the bedroom – শোৱা কোঠাটোৰ of the book - কিতাপখনৰ of the box - বাকচটোৰ of the boy – ল’ৰাটোৰ of the car – গাড়ীখনৰ of the cat - মোকুৰীটোৰ of the chair - চকীখনৰ of the college - কলেজখনৰ of the colour – ৰংটোৰ of the computer - কম্পিউটাৰটোৰ of the dictionary - অভিধানখনৰ of the dog - কুকুৰটোৰ of the door – দুৱাৰখনৰ of the earth - পৃথিৱীখনৰ of the fan – ফেনখনৰ of the film - চিনেমাখনৰ of the game – খেলটোৰ of the garage - গেৰেজটোৰ of the girl - ছোৱালীজনীৰ of the grammar - ব্যাকৰণখনৰ of the house – ঘৰটোৰ of the institute - প্ৰতিষ্ঠানটোৰ of the lady - মহিলাগৰাকীৰ of the laptop - লেপটপটোৰ of the light – বাল্বটোৰ/চাকীটোৰ of the machine - মেচিনটোৰ of the market - বজাৰখনৰ of the needle – বেজীটোৰ of the man - মানুহজনৰ of the mask – মাস্কখনৰ of the mirror - আইনাখনৰ of the mobile - মোবাইলটোৰ of the mouse – নিগনীটোৰ of the mug - মগটোৰ of the octopus -...

Prepositions (Part - 1)

  Absent from   (অনুপস্থিত থকা) - I was absent from my class yesterday. কালি মই ক্লাছত অনুপস্থিত আছিলোঁ। Absorbed in   (নিমগ্ন হোৱা) - He was absorbed in reading the news paper. তেওঁ বাতৰি কাকতখন পঢ়াত নিমগ্ন হৈ আছিল।     She was absorbed in deep thought. তাই গভীৰ ভাৱণাত নিমগ্ন হৈ আছিল। Accompanied by   (সঙ্গ লোৱা) - He was accompanied by his brother. তেওঁৰ লগত তেওঁৰ ভায়েক আহিছিল। According to (অনুসাৰে) Please do the work according to my advice. অনুগ্ৰহ কৰি মোৰ পৰামৰ্শ অনুসাৰে কামটো কৰাঁ। Angry with   (কাৰোবাৰ ওপৰত/কোনো person ৰ ওপৰত খং উঠা বুলি বুজাবলৈ  Angry with ব্যৱহাৰ কৰা হয়। )      I am angry with you. মোৰ তোমাৰ ওপৰত খং উঠিছে।      I am angry with him. মোৰ তাৰ ওপৰত খং উঠিছে।      My teacher is angry with me. মোৰ ভাইটীৰ মোৰ ওপৰত খং উঠিছে।     The teacher is angry with the students. শিক্ষকজনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত খং উঠিছে।      My father is angry with my younger brother. ম...

Tense ৰ ধাৰণা (Part 1)

Tense ৰ ধাৰণা Module - 1 নিৰ্দেশনাঃ       ইয়াত তুমি Tense ৰ অসমীয়া অৰ্থ, সংজ্ঞা আৰু প্ৰধান ভাগবোৰৰ বিষয়ে জানিব পাৰিবা। Module-1 সম্পূৰ্ণকৈ নুবুজাকৈ বা মনত নৰখাকৈ Module-2 লৈ নাযাবা। গ'লেও ভালকৈ বুজি নাপাবা * ইংৰাজীৰ "Tense" শব্দৰ অসমীয়া অৰ্থ "কাল"। চমুকৈ ক'বলৈ গ'লে "ক্ৰিয়াৰ সময়কে কাল বোলে"। অৰ্থাত্ কোনো কাম বা ক্ৰিয়া কেতিয়া সম্পন্ন হৈছিল, হৈছে বা হ'ব, সেইটোয়েই কাল।           পিছে ক্ৰিয়াটো কেতিয়া সম্পন্ন হৈছিল বা হৈছে বা হ'ব, সেই কথা আমি ক্ৰিয়াপদটো দেখিহে গম পাওঁ। ক্ৰিয়াপদৰ ৰূপটো (verb-form)ত কোনো কাম সম্পন্ন হোৱাৰ সময়টো বন্ধা থাকে। সেয়েহে ব্যাকৰণৰ ভাষাত কাল হ'ল ক্ৰিয়াৰ ৰূপ যি ক্ৰিয়াটো সম্পন্ন হোৱাৰ সময় বুজাত সহায় কৰে।          উদাহৰণস্বৰূপে "মই ভাত খাইছিলোঁ / I ate rice", "মই ভাত খাওঁ / I eat rice" আৰু "মই ভাত খাম / I shall eat rice" এই বাক্য তিনিটাত খোৱা কামটো কৰাৰ কথা কোৱা হৈছে। পিছে "খাইছিলোঁ/ate" বুলি কওঁতে অতীত সময়ত খোৱা, "খাওঁ/eat" বুলি কওঁতে বৰ্তমান সময়ত খোৱা আৰু "খাম/sha...

Past Perfect Tense অসমীয়াত

প্ৰশ্ন - Past Perfect Tense ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ - অতীতত কোনো দুটা কাম সম্পন্ন হ'লে প্ৰথম হোৱা কামটোৰ ক্ষেত্ৰত  Past Perfect Tense ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত পিছত হোৱা কামটো Simple Past Tenseত লিখাটো নিয়ম।      যেনে -           অভিজিৎ অহাৰ আগতেই সুৰজিৎ আহিছিল।                Surajit had come before Abhijit came. কিদৰে ভাবিলোঁ –    ১. ইয়াত অতীত কালত দুটা কাম সম্পন্ন হৈছিল বুলি কোৱা হৈছে। এটা অভিজি ৎ অহা আৰু আনটো সুৰজি ৎ অহা। “ আহিছিল ” শব্দটোৰ পৰা কাম দুটা আগতেই অৰ্থাত্ অতীত কালত হৈছিল বুলি বুজা যায়। যিহেতু কাম দুটাৰ এটা আনটোৰ আগতেই সম্পন্ন হৈছিল, সেয়েহে ইয়াৰে আগতে সম্পন্ন হোৱা কামটো Past Perfect Tense ত আৰু পিছত সম্পন্ন হোৱা কামটো Simple Past Tense ত হ ’ ব।    ২. ইয়াত সূৰজি ৎ আগতে আহিছিল, গতিকে ই Past Perfect Tense ৰ আৰু অভিজি ৎ অহাৰ কামটো সুৰজিতৰ পিছত হোৱা বাবে ই Simple Past Tense ৰ হ ’ ব।    ৩. যিহেতু বাক্যটোত “ আগতে /before” শব্দটোৰ প্ৰয়োগ হৈছে, গতি...

Assamese to English Translation (Part - 13)

Image
Translation (Assamese to English) 1. তুমি কালি স্কুললৈ কিয় যোৱা নাছিলা ? Ans. Why didn't you go to school yesterday? 2. তুমি কৰিছিলা। Ans. You did. 3. তুমি কৰিছিলা নে ? Ans. Did you do? 4. তুমি কি কৰিছিলা ? Ans. What did you do? 5. তুমি তাত কি কৰিছিলা ? Ans. What did you do there? 6. তুমি কালি আবেলি কি খেলিছিলা ? Ans. What did you play yesterday evening? 7. তেওঁ কোনটো   বিছাৰিছিল ? Ans. Which did he want? 8. তেওঁ কোনটো কলম বিছাৰিছিল ? Ans. Which pen did he want? 9. কোনে জানিছিল ? Ans. Who knew? 10. কোনে গীতাৰ বজোৱা নাছিল ? Ans. Who didn't play guiter? 11. কোনে কৈছিল ? Ans. Who said? 12. কোনে খেলিছিল ? Ans. Who played? 13. কোনে জনা নাছিল ? Ans. Who didn't know ? 14. তোমাৰ কিবা সমস্যা আছিল নেকি ? বা তোমাৰ কোনো সমস্যা আছিল নেকি ? Ans. Did you have any problem?        

Concept of Determiners

Image
      Determiner -  নিৰ্ধাৰক পূৰ্বজ্ঞান -  * Determine এটা Verb .   ( Determine  -  Determined -  Determined) .  Determine ৰ এটা অৰ্থ "নিৰ্ধাৰণ কৰ্"। সেই হিচাপে  Determiner  মানে নিৰ্ধাৰক। যেনে - I shall  determine  the price of the product. মই বস্তুটোৰ মূল্য নিৰ্ধাৰণ কৰিম।      Determiner বোৰ হ'ল এনে কিছুমান শব্ধ যি কোনো জীৱ, বস্তু আদি কিমান সংখ্যক, কিমান পৰিমাণ আদি আছে তাক দেখুৱাই বা নিৰ্ধাৰণ কৰে।     উদাহৰণস্বৰূপে - There is  a  book on the table. এই বাক্যটোত 'a' শব্দটোৱে টেবুলৰ ওপৰত যে "এখন" কিতাপ আছে, সেইটো বুজাইছে। অৰ্থাত্ এখন কিতাপ থকা বুলি নিৰ্ধাৰণ কৰিছে। গতিকে,  'a' শব্দটো এটা Determiner .      Determiner ৰ এটা ভাগ Article . Article মানে এক প্ৰকাৰে  বস্তু । বস্তুবোৰ  নিৰ্দিষ্ট (definite)  আৰু  অনিৰ্দিষ্ট (indefinite)  এই দুই ধৰণৰ হ'ব পাৰে। অৰ্থাত্ Article দুই প্ৰকাৰৰ।  Definite Article   (নিৰ্দিষ্ট বস্তু) ...