Posts

Showing posts with the label জ্যামিতি

ৰেখা আৰু কোণ, জ্যামিতি, সপ্তম শ্ৰেণী, শংকৰদেৱশিসশু নিকেতন, গুৱাহাটী।

Image
1.   ৰেখাখণ্ড কাক বোলে? উ: - ৰেখাখণ্ড হ'ল সৰল ৰেখা এডালৰ এটা অংশ যাৰ দুটা প্ৰান্তবিন্দু থাকে।                  ওপৰৰ চিত্ৰত  AB এডাল ৰেখাখণ্ড। A আৰু B ইয়াৰ দুটা প্ৰান্তবিন্দু। 2.  ৰশ্মি কাক বোলে? উ: - ৰশ্মি হল সৰলেৰখাৰ এটা অংশ, যাৰ আদিিবন্দু আছে, কিন্তু কোনো অন্তিম বিন্দু নাই।               ওপৰৰ চিত্ৰত   AB এডাল ৰশ্মি। A ইয়াৰ আদিবিন্দু।