Posts

Showing posts from March, 2023

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam

  Where The Mind is Without Fear      আমাৰ দেশত ইংৰাজে শাসন কৰাৰ সময়ত এই কবিতাটো লিখা হৈছিল। আমি তেতিয়া বিদেশী শক্তিৰ দাসত্বত বন্দী হৈ আছিলোঁ। মহান ভাৰতীয় জাতীয়তাবাদী আৰু দূৰদৰ্শী ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰে কামনা কৰিছিল ভাৰতৰ জনতা স্বাধীনতাৰ এক উজ্জ্বল প্ৰভাতৰ বাবে জাগ্ৰত হওক – এই স্বাধীনতা হওক দাসত্ব আৰু মানসিক শিকলিৰ পৰা স্বাধীনতা।      কবিতাটো এবাৰ উচ্চস্বৰে পঢ়া। তাৰ পিছত মনে মনে পঢ়া। পাৰিলে কবিতাটো মুখস্থ কৰি লোৱাঁ। Where The Mind is Without Fear Where the mind is without fear and the head is held high; Where knowledge is free; Where the world has not been broken up into fragments By narrow domestic walls; Where words come out from the depth of truth; Where tireless striving stretches its arms towards perfection; Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;. Where the mind is led forward by thee into ever-widening thought and action Into that heaven of freedom, my father, let my country awake. য'ত মনটো ভয়হীন