Posts

Showing posts from July, 2019

CTET Result 2019 declared

Click the link below and check your CTET result  2019 http://cbseresults.nic.in/ctetj19/ctetj19.htm

“এটা এশটকীয়া সাধু”

       2006 চনৰ জুন মাহৰ তৃতীয় সপ্তাহ ৷ বেছ গৰম পৰিছে ৷ গৰমজনিত অস্ৱস্তিৰ ভাৱ এটাই সকলোকে চুই গৈছে ৷ একেদিনাই তিনিজনকৈ আচাৰ্য/আচাৰ্যা বিদ্যালয়ত নাই ৷ যথাবিধি সাতটা পৰ্যন্ত ক্লাছ একোজন আচাৰ্য/আচাৰ্যাৰ ভাগত পৰে ৷ উপায় নাই, অনিবাৰ্য কাৰণত ছুটী বিছাৰিলে প্ৰধান আচাৰ্যইনো নিদি পাৰেনে ?        পঞ্চম শ্ৰেনীত ষষ্ঠ ক্লাছটো কৰি কমনৰূমত সোমাইছোহি ৷ প্ৰধান আচাৰ্য ৰথিন দত্তদেৱে মাত লগালে – “শইকীয়া চাওঁ ৷” মই ওচৰলৈ গ’লোঁ ৷ “আজি মঞ্জু নাই; তুমি সপ্তম মানৰ সংস্কৃতৰ ক্লাছটো লোৱা ৷” – তেখেতে ক’লে ৷ আমি “সংস্কৃতস্য কৃতে জীৱন” বুলি সংকলল্প মন্ত্ৰ গোৱা মানুহ ৷ একে আষাৰে ক’লোঁ – “হ’ব” আৰু যাবলৈ সাজু হ’লোঁ ৷        মই গ’লোঁ ৷ ক্লাছত সোমালোঁ ৷ মোক সম্ভাষণ জনাবলৈ থিয় হোৱা ছাত্ৰ-ছাত্ৰী সকলক “উপৱিশন্তু উপৱিশন্তু” বুলি বহিবলৈ নিৰ্দেশ কৰি ময়ো শ্ৰনীকোঠাত থকা চকীখনত বহিলোঁ ৷ অলপতে পৰস্পৰৰ মাজত কিবা কথা পাতি থকা ছাত্ৰছাত্ৰীসকলক নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশ্যে এইফালৰপৰা সিফাললৈ সকলোকে মূৰৰ ওপৰেৰে এবাৰ চালোঁ ৷ তেওঁলোক নিমাত হ’ল ৷ কিতাপ উলিয়াই ভালদৰে বহি লোৱাত ব্যস্ত হ’ল ৷        : “অদ্য: কিং পাঠয়ামি ?” বুলি সুধ

English Question Peper, HS final Examination 2017,

To have the English Question Paper of HS final year 2017. Cliclick the following link... *********** https://drive.google.com/drive/folders/1n8YSissdD3K2R9rtk-HcqQLdyeI2FevC

ণ-ত্ব বিধি, পাণিনিৰ পদ্ধতি (অষ্টাধ্যায়ীৰ পৰা)

ণ-ত্ব বিধি "অট্কুপ্ৱাংনুম্ৱ্যৱায়েপি।" এই সূত্ৰ পৃথিৱীৰ প্ৰথম ব্যাকৰণ অষ্টাধ্যায়ীৰ ************ ইয়াত আছে : অট্+কু+পু+আং+নুম্+ৱ্যৱায়েপি। ************ @ অট্ মানে "অ,আ,ই,ঈ,উ,ঊ,ঋ,লৃ,এ,ঐ,ও,ঔ,হ,য়,ৱ,ৰ" - ক বুজাইছে। @ কু মানে  ক-বৰ্গৰ আখৰেকইটা ক্ৰমে -     ক,খ,গ,ঘ,ঙ । @ পু মানে প-বৰ্গৰ আখৰেকইটা ক্ৰমে - প,ফ,ব,ভ, ম । @ আং আৰু নুম্ -ৰ ব্যৱহাৰ বেদতহে পোৱা যায়। গতিকে ইয়াৰ বিষয়ে ন'ক'লেও চলিব। @ "ৱ্যৱায়েপি" মানে "ব্যৱধানতো"। ব্যাখ্যা: ঋ, ৰ আৰু ষ-ৰ পিছত দন্ত্য-ন ৰ ঠাইত মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰা হয় বুলি আমি জানি্ছোঁ। যদি  ঋ, ৰ আৰু ষ-ৰ পিছত আন কোনো বৰ্ণ থাকে আৰু তাৰ পিছত ন বা ণ লিখিব লগীয়া হয়, তেতিয়া মূৰ্দ্ধন্য-ণ ব্যৱহাৰ কৰিব পৰা যাব যদি    ঋ, ৰ, ষ আৰু ন-ৰ মাজৰ ব্যৱধানত  অট্,  কু,  পু,  আং  আৰু  নুম্  থাকে। মন কৰিবলগীয়া ঃ পাণিনিয়ে বিখ্যাত অষ্টাধ্যায়ী গ্ৰন্থখন যেন কোড-ত  লেংগুৱেজতহে বনাইছিল। আজিৰ তাৰিখত আমি ক-বৰ্গ আৰু ট-বৰ্গৰ পিছত যোগ হ'লে দন্ত্য-ন মূৰ্দ্ধন্য-ণ হয় বুলি কওঁ। পাণিনিয়ে এই কথাটোকে কু আৰু পু ৰে বুজাইছিল। "অট্" মানে 

What are the differences between sexual and asexual reproduction?

Sol. Sexual Reproduction i. It involves participation of two separate parents (male and female). ii. It ususally requires the formation of sex organs. iii. Cell division involves meiosis at some stages, especially during gamete formation. iv. Fusion with male gamete with female gamete takes place. v. Offsprings are not genetically identical to their parents. Asexual Reproduction i. It involves the participation of single individual parent. ii. It generally occurs without the formation of sex organs. iii. Cell division takes place mitotically or amitotically. iv. It does not involve fusion of gametes. v. Offsprings are genetically identical to their parents. (NCERT, Science Class-10, Chapter-8, How do Organisms Reproduce?)

What could be the reasons for adopting contraceptive methods?

Sol. The reasons for adopting contraceptive methods are - i. To prevent unwanted pregnancies. ii. To control population rise or birth rate. iii. To prevent the transfer of sexually transmitted diseases. iv. Family planning. (NCERT, SCIENCE, Class-10,  How do organisms Reproduce?)

What is called biotic or living component of our environment? What does it consist of?

SCIENCE , Class 6 , MVMS " THINGS AROUND US " 1. What is called environment? Ans. The natural world in which we live is called environment. 2. What are the two components that our environment is composed of? Ans. Our environment is composed of two components - one is physical and the other is biological. 3. What is the other name of the physical component of our environment? Ans. Abiotic or non-living component. 4. Give some examples of biotic components of our environment. Ans. Some examples of abiotic components of our environment are - temperature, humidity, light, air, soil, rock, water etc. 5. What is called biotic or living component of our environment? What does it consist of? Ans. The biological components of our environment is called the biotic or living component off our environment. This consists of all animals plants and microorganisms. 6. Write some basic characteristics of all living things. Ans. Some basic characteristics of some living thing are

what is an angle?

Sol. An angle is a space between two rays which originate from the same end point. (NCERT Mathematics 9, Chapter 6, Lines and angles)