Posts

Showing posts from June, 2020

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

Image
                              আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা –   59 1. _____ এ আমাৰ শৰীৰৰ আকৃতি দিয়ে। উঃ - হাড়ে 2.   অংগ তন্ত্ৰ কাক বোলে ? উঃ - আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য সম্পাদন কৰা অংগৰ গোটক অংগ তন্ত্ৰ বোলে। 3.   পাচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱৰ দেহত খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহক একেলগে পাচন তন্ত্ৰ বোলে। 4.   শ্বসনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ শ্বসন কাৰ্যৰ লগত জড়িত অংগবোৰক একেলগে শ্বসন তন্ত্ৰ বোলে। 5.    ৰেচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰা অংগবোৰক একেলগে ৰেচনতন্ত্ৰ তন্ত্ৰ বোলে। 6.   ৰক্ত পৰিবহন তন্ত্ৰ কাক বোলে ? উঃ – শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰাত সহায় কৰা অংগতন্ত্ৰক একেলগে ৰক্ত পৰিবহ ণ তন্ত্ৰ বোলে।   পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 60   7. পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ কি কি ? উঃ   - পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ হৈছে - মুখ , খাদ্যনলী (ইছ'ফেগাছ) , পাকস্থলী , ক্ষুদ্ৰান্ত , বৃহদান্ত্ৰ , আৰু গুহ্যদ্বাৰ । 8. দাঁতৰ প্ৰধান কাম কি ?  উঃ  - দাঁতৰ প্

Q. What is the SI unit of resistivity?

Ans. Ohm metre

On what factors does the resistance of a conductor depend?

Ans. The factors on which the resistance of a conductor depend are - (i) The length of the conductor. (ii) The cross-sectional area of the conductor (iii) The temperature of the conductor. (iv) The nature of the material of the conductor.

What makes water a universal solvent?

Water is capable of dissolving a large number of substances in it as compared to any other liquid. This makes it a universal solvent.

Why do we need to separate substances?

Ans. All substances are not useful for us. Some substances of a mixture may be very harmful. So we need to separate substances.    As for example, we need to separate stones from rice before cooking.

संज्ञापदानि-क्रियापदानि, Sanskrit, Class VI, SSN, Beltola, Guwahati-28

संज्ञापदानि पु0 - बालकः, अश्वः, गजः, वानरः। बालकः -  अश्वः, गजः, वानरः। स्त्री0 - श्यामा, बालिका, सुधा, राधा । श्यामा, बालिका, सुधा, राधा । नपुं0 - पुष्पम्, फलम्, चक्रम्, आम्रम् । क्रियापदानि  क्रीडति, धावति, चलति, कूर्दति हसति, पठति, खादति, नृत्यति विकसति, पतति, फ

मंगलाचरणम् , संस्कृत, Class VI, SSN, Beltola, Guwahati, Assam-28

मंगलाचरणम् त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या च द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ।।1।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः।।2।। মঙ্গলাচৰণম্ ত্বমেৱ মাতা চ পিতা ত্বমেৱ, ত্বমেৱ বন্ধুশ্চ সখা ত্বমেৱ। ত্বমেৱ ৱিদ্যা দ্ৰৱিণং ত্বমেৱ, ত্বমেৱ সৰ্ৱং মম দেৱদেৱ।।১।। গুৰুৰ্ব্ৰহ্মা গুৰুৰ্ৱিষ্ণুঃ, গুৰুৰ্দেৱো মহেশ্ৱৰঃ। গুৰুঃ সাক্ষাত্ পৰব্ৰহ্ম, তস্মৈ শ্ৰীগুৰৱে নমঃ।। शब्दार्थः त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,  माता - মা, মাতৃ, च - আৰু,  पिता - পিতৃ, দেউতা,  त्वम् - তুমি, एव - ই, নিশ্চিতকৈ (অৰ্থ ঃ তুমিয়েই মা আৰু পিতা তুমিয়েই) त्वमेव बन्धुश्च सखा त्वमेव। त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, बन्धुः - বন্ধু, च - আৰু, सखा - সখি, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, (অৰ্থ ঃ তুমিয়েই বন্ধু আৰু সখাও তুমিয়েই) त्वमेव विद्या च द्रविणं त्वमेव, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,  विद्या - মা, মাতৃ, च - আৰু,  द्रविणं - ধন, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ (অৰ্থ ঃ তুমিয়েই বিদ্যা আৰু তুমিয়েই ধন) त्वमेव सर्वं मम देवदेव ।।1।। त्वम्

লেখ কি?

কোনো তথ্যক বিশেষ চিত্ৰৰ সহায়ত ব্যৱস্থিত ধৰণেৰে উপস্থাপন কৰিলে, তাক লেখ বুলি কোৱা হয়।

To err is human in Sanskrit

মানুহ মাত্রেই ভুল হয় | মানব: ভ্ৰমসংকুল:। मानव: भ्रमसंकुल:। To err is human.