Posts

Showing posts from August, 2019

Acids and Bases

1. How is bleaching powder produced? Write with chemical equation. Ans. Bleaching powder is produced by the action of chlorine on dry slaked lime (Ca(OH)2. ...... 2. Write three uses of bleaching powder. Ans. Bleaching powder is used - (i) for bleaching cotton and linen in the textile industry, for bleaching wood pulp in paper factories and for bleaching washed clothes in the laundry. (ii) as an oxidising agent in many chemical industries; and (iii) to make drinking water free from germs.

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

Image
1. তাপ এবিধ _____। উত্তৰ - শক্তি। 2. উষ্ণতা জোখা এবিধ যন্ত্ৰৰ নাম _____। উত্তৰ - থাৰ্ম'মিটাৰ। 3. থাৰ্ম'মিটাৰ শব্দটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ -  থাৰ্ম'মিটাৰ শব্দটো দুটা লেটিন শব্দ, থাৰ্ম' (thermo) আৰু মিটাৰ (meter) ৰ পৰা লোৱা হৈছে। 4. ডাক্তৰে ৰোগীৰ জ্বৰ জোখাৰ বাবে ব্যৱহাৰ কৰা থাৰ্ম'মিটাৰটোৰ নাম কি? উত্তৰ - ক্লিনিকেল থাৰ্ম'মিটাৰ (Clinical thermometer)। 5. শৰীৰৰ তাপমাত্ৰা জোখা থাৰ্ম'মিটাৰটোৰ নাম কি? উত্তৰ - ক্লিনিকেল থাৰ্ম'মিটাৰ (Clinical thermometer)। 6. শৰীৰৰ তাপমাত্ৰা জোখাৰ বাবে আজিকালি সাধাৰণতে কি থাৰ্ম'মিটাৰ ব্যৱহাৰ কৰা হয়? উত্তৰ - ডিজিটেল থাৰ্ম'মিটাৰ (Digital thermometer) ব্যৱহাৰ কৰা হয়। 7. ডাক্তৰী থাৰ্ম'মিটাৰত কাচৰ নলীৰ ভিতৰত সুমুৱাই ৰখা ধাতুবিধৰ নাম কি? উত্তৰ - পাৰা 8. ডাক্তৰী থাৰ্ম'মিটাৰৰ দ্বাৰা জুখিব পৰা উষ্ণতাৰ পৰিসৰ লিখাঁ। উত্তৰ - 35'C - 92'C বা 95'F - 100'F 9. আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান? উত্তৰ - 37'C বা 98'F 10. খালী ঠাই পূৰ কৰা - (ক) বায়ুৰ উষ্ণতা জুখিবৰ

পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী।(পৰিকল্পনা, প্ৰস্তুতি সত্যজিত্ শইকীয়া)।

Image
পাঠটো এফালৰ পৰা  পঢ়ি যাওঁতে পোৱা প্ৰশ্নবোৰৰ উত্তৰ (অনুশীলনীৰ প্ৰশ্নোত্তৰ শেষলৈ আছে) পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 81 1. প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰ - প্ৰকৃতিত পোৱা, বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বোলে। 2. এনে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। উত্তৰ - মাটি, পানী, বায়ু, সূৰ্যৰ তাপ, পোহৰ আদি। 3. মাটি কাক বোলে? উত্তৰ - আমি য'ত‌ ঘৰ-দূৱাৰ সাজোঁ, গছ-গছনি, ফলমূল, ফুল আদিৰ পুলি ৰুই সেইবোৰৰ ফচল ব্যৱহাৰ কৰোঁ, সেই অংশকে মাটি বোলে। 4. মাটি কেনেকৈ সৃষ্টি হয়? উত্তৰ - জীৱ-জন্তু মৰি, গছ-গছনি পচি ধূলি, বালি, শিল আদিৰ লগত মিহলি হৈ মাটি সৃষ্টি হয়। 5. খলী ঠাই পূৰণ কৰা। (ক) ______ সকলোৰে জীৱনৰ আপুৰুগীয়া সম্পদ। উত্তৰ - মাটি (খ) শস্যৰ উৎপাদন মাটিৰ _______ ৰ ওপৰত নিৰ্ভৰ কৰে। উত্তৰ - গুণ পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 82 6. পৃথিৱীৰ কিমান ভাগ মাটি আৰু কিমান ভাগ পানী? উত্তৰ - পৃথিৱীৰ শতকৰা প্ৰায় 30 ভাগ মাটি আৰু 70 ভাগ পানী। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 84 7. পানী কি কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ - পানীৰ কেইটামান ব্যৱ

দশমিক ভগ্নাংশ 8(A), পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী।

Image
সমাধান ঃ 1.a. 265.1 1.b. 7.05 1.c. 309.502 1.d. 441.003 1.e. 100.835

Chemical reactions and equations, Cless 10 Science (NCERT Textbook)

1. What is combination reaction? Give an example with a chemical equation. Sol. A reaction in which a single product is formed from two or more reactants is known as combination reaction.      As for example, calcium oxide reacts vigorously with water to produce slaked lime releasing a large amount of heat.      Cao 2. What are exothermic chemical reactions? Give an example with an equation. Sol. Reactions in which heat is released along with the formation of products are called exothermic chemical reactions.     As for example, burning of natural gas is an exothermic reaction. CH4 (g) + 2O2 (g) .... 3. What is decomposition reaction? Give an example with equation. Sol. A reactioin in which a single reactant breaks down to give similar products is known as a decomposition reaction.       E.g. Decomposition of calcium carbonate to calcium oxide and carbon. ....... 5. What is combination reaction? Give an example with an equation. Sol. Displacement reaction is A chemical re

ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, ভাৰতী সমাজ, অষ্টম শ্ৰেণী, শং.শি.নি., বেলতলা (পৰিকল্পনা, প্ৰস্তুতি সত্যজিত্ শইকীয়া)।

1. ভাৰতত বেহা-বেপাৰৰ বাবে আহি আটাইতকৈ বেছি লাভৱান হোৱা ইউৰোপীয় ব্যৱসায়ী কোম্পানীটোৰ নাম কি? উত্তৰ - ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। 2. কাৰ মৃত্যুৰ পিছৰ পৰা মোগল সম্ৰাজ্যৰ পতন আৰম্ভ হয়? উত্তৰ - ঔৰংজেৱৰ মৃত্যুৰ পিছৰ পৰা। 3. ভাৰতত ইংৰাজসকলৰ প্ৰধান প্ৰতিদন্দী কোন আছিল? উত্তৰ - ফৰাচীসকল। 4. ইংৰাজ আৰু ফৰাচীসকলৰ মাজত হোৱা যুদ্ধ তিনিখনক কি বুলি কোৱা হয়? উত্তৰ - প্ৰথম, দ্বিতীয় আৰু তৃতীয় কৰ্ণাটক যুদ্ধ বুলি কোৱা হয়। 5. কিমান চনত কৰ্ণাটকৰ প্ৰথম যুদ্ধ সংঘটিত হয়? উত্তৰ -  1746 চনত সংঘটিত হয়। 6. 5. কিমান চনত কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ সংঘটিত হয়? উত্তৰ -  1749 চনত সংঘটিত হয়।।  7.  5. কিমান চনত কৰ্ণাটকৰ তৃতীয় যুদ্ধ সংঘটিত হয়? উত্তৰ -  1756 চনত সংঘটিত হয়।। 

উদ্ভিদৰ প্ৰজনন, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিত শইকীয়াৰ)।

Image
                     পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা -  116 1. উদ্ভিদৰ প্ৰজনন কাক বোলে? উঃ -   উদ্ভিদে যি প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ দৰে নতুন জীৱৰ সৃষ্টি কৰে , তাকে উদ্ভিদৰ প্ৰজনন বোলে। বা যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজ দেহাংশৰ পৰা অনুৰূপ নতুন প্ৰজন্মৰ সৃষ্টি কৰি বংশৰ অস্তিত্ব বৰ্তাই ৰাখে, সেই প্ৰক্ৰিয়াকে প্ৰজনন বোলে। 2.   প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি ? উঃ -   প্ৰজনন তিনি প্ৰকাৰৰ।         ( ক) অংগজ প্ৰজনন         ( খ) অযৌন প্ৰজনন আৰু         ( গ) যৌন প্ৰজনন 3. সপুষ্পক উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া। উঃ -   যিবিলাক উদ্ভিদৰ ফুল ফুলে , তেনেবোৰ উদ্ভিদকে সপুষ্পক উদ্ভিদ বোলে ?              যেনে - আম , কঠাল , শিলিখা আদি। 4. অংগজ প্ৰজনন কাক বোলে? উঃ -  উদ্ভিদৰ দেহজ অংগ যেনে - কাণ্ড, ডাল, পাত, শিপা, মুকুল আদি ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্ন হৈ নতুন উদ্ভিদৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াকে অংগজ প্ৰজনন বোলে। 5. খালী ঠাই পূৰ কৰাঁ।      উদ্ভিদৰ ডাল, কাণ্ড, পাত, মুকুল আদি অংগৰ পৰা এজোপা নতুন উদ্ভিদ সৃষ্টি হোৱাকে ________ বোলে। উঃ -  অংগজ প্ৰজনন 6. অংগজ প্ৰজনন কেনেকৈ হয়? উঃ -  অংগজ প্ৰজনন প্ৰক্ৰিয়াত  উ