ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, ভাৰতী সমাজ, অষ্টম শ্ৰেণী, শং.শি.নি., বেলতলা (পৰিকল্পনা, প্ৰস্তুতি সত্যজিত্ শইকীয়া)।

1. ভাৰতত বেহা-বেপাৰৰ বাবে আহি আটাইতকৈ বেছি লাভৱান হোৱা ইউৰোপীয় ব্যৱসায়ী কোম্পানীটোৰ নাম কি?
উত্তৰ - ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী।
2. কাৰ মৃত্যুৰ পিছৰ পৰা মোগল সম্ৰাজ্যৰ পতন আৰম্ভ হয়?
উত্তৰ - ঔৰংজেৱৰ মৃত্যুৰ পিছৰ পৰা।
3. ভাৰতত ইংৰাজসকলৰ প্ৰধান প্ৰতিদন্দী কোন আছিল?
উত্তৰ - ফৰাচীসকল।
4. ইংৰাজ আৰু ফৰাচীসকলৰ মাজত হোৱা যুদ্ধ তিনিখনক কি বুলি কোৱা হয়?
উত্তৰ - প্ৰথম, দ্বিতীয় আৰু তৃতীয় কৰ্ণাটক যুদ্ধ বুলি কোৱা হয়।
5. কিমান চনত কৰ্ণাটকৰ প্ৰথম যুদ্ধ সংঘটিত হয়?
উত্তৰ -  1746 চনত সংঘটিত হয়।
6. 5. কিমান চনত কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ সংঘটিত হয়?
উত্তৰ -  1749 চনত সংঘটিত হয়।। 
7. 
5. কিমান চনত কৰ্ণাটকৰ তৃতীয় যুদ্ধ সংঘটিত হয়?
উত্তৰ -  1756 চনত সংঘটিত হয়।। 

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী