Posts

Showing posts with the label Present Perfect Tense

Past Perfect Tense অসমীয়াত

প্ৰশ্ন - Past Perfect Tense ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ - অতীতত কোনো দুটা কাম সম্পন্ন হ'লে প্ৰথম হোৱা কামটোৰ ক্ষেত্ৰত  Past Perfect Tense ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত পিছত হোৱা কামটো Simple Past Tenseত লিখাটো নিয়ম।      যেনে -           অভিজিৎ অহাৰ আগতেই সুৰজিৎ আহিছিল।                Surajit had come before Abhijit came. কিদৰে ভাবিলোঁ –    ১. ইয়াত অতীত কালত দুটা কাম সম্পন্ন হৈছিল বুলি কোৱা হৈছে। এটা অভিজি ৎ অহা আৰু আনটো সুৰজি ৎ অহা। “ আহিছিল ” শব্দটোৰ পৰা কাম দুটা আগতেই অৰ্থাত্ অতীত কালত হৈছিল বুলি বুজা যায়। যিহেতু কাম দুটাৰ এটা আনটোৰ আগতেই সম্পন্ন হৈছিল, সেয়েহে ইয়াৰে আগতে সম্পন্ন হোৱা কামটো Past Perfect Tense ত আৰু পিছত সম্পন্ন হোৱা কামটো Simple Past Tense ত হ ’ ব।    ২. ইয়াত সূৰজি ৎ আগতে আহিছিল, গতিকে ই Past Perfect Tense ৰ আৰু অভিজি ৎ অহাৰ কামটো সুৰজিতৰ পিছত হোৱা বাবে ই Simple Past Tense ৰ হ ’ ব।    ৩. যিহেতু বাক্যটোত “ আগতে /before” শব্দটোৰ প্ৰয়োগ হৈছে, গতি...