Posts

Showing posts from July, 2023

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

Image
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ  (সকলো প্ৰশ্নোত্তৰ) দশম শ্ৰেণী এই প্ৰশ্নোত্তৰবোৰ অলপতে প্ৰকাশ হোৱা দশম শ্ৰেণীৰ "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখনৰ প্ৰথম পাঠ। ইয়াত প্ৰশ্নোত্তৰবোৰ পাঠৰ ক্ৰমানুসাৰে সজোৱা আছে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। প্ৰকাশ পালে "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখন। কিতাপখনত আছে - (1) “বিজ্ঞান” পাঠ্যপুথিখন এফালৰ পৰা পঢ়ি গ’লে ওলাব পৰা 2,500 ৰো অধিক সৰু-ডাঙৰ প্ৰশ্নোত্তৰ।  (2) প্ৰশ্নোত্তৰসমূহ ক্ৰমানুসাৰে আৰু সহজৰ পৰা জটিললৈ সজোৱা আছে৷ গতিকে অন্ততঃ প্ৰথম বাৰ পঢ়োঁতে এফালৰ পৰা পঢ়িলে কথাবোৰ বুজিবলৈ বেছি সহজ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আগৰ প্ৰশ্ন একোটা মনত ৰাখিলে পিছৰ প্ৰশ্নবোৰ তুলনামূলকভাৱে বেছি সহজে মনত ৰ’ব৷ কিয়নো, ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ প্ৰশ্নোত্তৰবোৰৰ ভাষা প্ৰায় একে কৰা হৈছে৷ - কিতাপখন পঢ়ি চালে কথাটো বেছি ভালকৈ বুজা যাব।  (3) 2014 চনৰ পৰা বিভিন্ন টেষ্ট পেপাৰত অহা প্ৰশ্নোত্তৰসমূহ বিচাৰি উলিয়াই ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে৷ প্ৰশ্নবোৰ যি পাঠৰ যি ঠাইৰ পৰা আহিছিল, তাতেই ৰখা হৈছে৷ টেষ্ট পেপাৰত অহা প্ৰশ্নবোৰৰ ক্ষেত্ৰত প্ৰশ্নবোৰৰ শেষত চমুকৈ TP (

Introduction to Computer Network

Image
Introduction to COMPUTER NETWORK 1. What is a computer network? Ans. A computer nerwork is a set of computers and other units that are connected with each other. 2. Give some example of wired technology. Ans. Coaxial cable, twisted pair cable, optical fiber cable, etc are example of  wired technology. 3. Give some example of wiredless technology. Ans. Bluetooth, Wi-Fi, WiMAX, etc are example of wiredless technology. 4. How many types of computer network are there based on the size of the network? Ans. There are four types of computer network. Example:- PAN (Personal Area Network), LAN (Local Area Network), MAN (Metropolitan Area Network), WAN (Wide Area Network). 5. What is Personal Area Network? Ans. Personal Area Network is the simplest computer network. It is normally set up for individual use within a limited geograplical range of about 10 meters from a central device to the other communicating device. For example, someone can set up a Personal Area Network be