मंगलाचरणम् त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव। त्वमेव विद्या च द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ।।1।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः।।2।। মঙ্গলাচৰণম্ ত্বমেৱ মাতা চ পিতা ত্বমেৱ, ত্বমেৱ বন্ধুশ্চ সখা ত্বমেৱ। ত্বমেৱ ৱিদ্যা দ্ৰৱিণং ত্বমেৱ, ত্বমেৱ সৰ্ৱং মম দেৱদেৱ।।১।। গুৰুৰ্ব্ৰহ্মা গুৰুৰ্ৱিষ্ণুঃ, গুৰুৰ্দেৱো মহেশ্ৱৰঃ। গুৰুঃ সাক্ষাত্ পৰব্ৰহ্ম, তস্মৈ শ্ৰীগুৰৱে নমঃ।। शब्दार्थः त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, माता - মা, মাতৃ, च - আৰু, पिता - পিতৃ, দেউতা, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ (অৰ্থ ঃ তুমিয়েই মা আৰু পিতা তুমিয়েই) त्वमेव बन्धुश्च सखा त्वमेव। त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, बन्धुः - বন্ধু, च - আৰু, सखा - সখি, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, (অৰ্থ ঃ তুমিয়েই বন্ধু আৰু সখাও তুমিয়েই) त्वमेव विद्या च द्रविणं त्वमेव, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, विद्या - মা, মাতৃ, च - আৰু, द्रविणं - ধন, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ (অৰ্থ ঃ তুমিয়েই...