গতি, নবম শ্ৰেণী
1. সৰণ কাক বোলে? উঃ গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম স্থানৰ মাজৰ নিম্নতম দূৰত্বকে সৰণ (Displacement) বোলে৷ 2. গাড়ী এখনে 10 ছেকেণ্ডত 200 মিটাৰ দূৰত্ব আতিক্ৰম কৰিলে ইয়াৰ দ্ৰুতি নিৰ্ণয় কৰাঁ৷ সমাধান - এই প্ৰশ্নৰ সমাধানৰ বাবে তলৰ লিংকটোত ক্লিক কৰাঁ।https://drive.google.com/file/d/1n5AOXDmmelmxBkKtsSuFRzXS0pZFgOHg/view?usp=sharing 5. সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডালৰ প্ৰকৃতি কি হ'ব? উঃ সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডাল এডাল সৰলৰেখা হ'ব। 4. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়? উঃ বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল সৰল ৰেখা, আনহাতে বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল বক্ৰৰেখা৷