গতি, নবম শ্ৰেণী
1. সৰণ কাক বোলে?
উঃ গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম স্থানৰ মাজৰ নিম্নতম দূৰত্বকে সৰণ (Displacement) বোলে৷
2. গাড়ী এখনে 10 ছেকেণ্ডত 200 মিটাৰ দূৰত্ব আতিক্ৰম কৰিলে ইয়াৰ দ্ৰুতি নিৰ্ণয় কৰাঁ৷
5. সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডালৰ প্ৰকৃতি কি হ'ব?
উঃ সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডাল এডাল সৰলৰেখা হ'ব।
4. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়?
উঃ বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল সৰল ৰেখা, আনহাতে বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল বক্ৰৰেখা৷
Comments
Post a Comment
Thanks for your response.