Posts

Showing posts from June, 2021

Concept of Determiners

Image
      Determiner -  নিৰ্ধাৰক পূৰ্বজ্ঞান -  * Determine এটা Verb .   ( Determine  -  Determined -  Determined) .  Determine ৰ এটা অৰ্থ "নিৰ্ধাৰণ কৰ্"। সেই হিচাপে  Determiner  মানে নিৰ্ধাৰক। যেনে - I shall  determine  the price of the product. মই বস্তুটোৰ মূল্য নিৰ্ধাৰণ কৰিম।      Determiner বোৰ হ'ল এনে কিছুমান শব্ধ যি কোনো জীৱ, বস্তু আদি কিমান সংখ্যক, কিমান পৰিমাণ আদি আছে তাক দেখুৱাই বা নিৰ্ধাৰণ কৰে।     উদাহৰণস্বৰূপে - There is  a  book on the table. এই বাক্যটোত 'a' শব্দটোৱে টেবুলৰ ওপৰত যে "এখন" কিতাপ আছে, সেইটো বুজাইছে। অৰ্থাত্ এখন কিতাপ থকা বুলি নিৰ্ধাৰণ কৰিছে। গতিকে,  'a' শব্দটো এটা Determiner .      Determiner ৰ এটা ভাগ Article . Article মানে এক প্ৰকাৰে  বস্তু । বস্তুবোৰ  নিৰ্দিষ্ট (definite)  আৰু  অনিৰ্দিষ্ট (indefinite)  এই দুই ধৰণৰ হ'ব পাৰে। অৰ্থাত্ Article দুই প্ৰকাৰৰ।  Definite Article   (নিৰ্দিষ্ট বস্তু)  আৰু  Indefinite Article  (অনিৰ্দিষ্ট বস্তু) .      কোনো বস্তুক নিৰ্দিষ্টকৈ (definetely) বুজাবলৈ  the  ব্যৱহাৰ কৰা হয়।      যেনে -

रूपकम्

Image
संस्कृतसाहित्ये दश रूपकाणि निरूपितानि सन्ति। "नाटकं सप्रकरणं भाणः प्रहसनं डिमः। व्यायोगसमवकरौ वीथ्यङ्केहामृगा इति।।" अ - अङ्कः (रूपकम्) ई - ईहामृगः  (रूपकम्) डि - डिमः  (रूपकम्) न - नाटकम्  (रूपकम्) प - प्रकरणम्  (रूपकम्)     - प्रहसनम्   (रूपकम्) भ - भाणः   (रूपकम्) व  - वीथी   (रूपकम्)       व्याययोगः   (रूपकम्) स  - समवकारः   (रूपकम्) स्मृतिकौशलम् -    "अइ - डिन - पभवस्" । "अइ - डिन - पभवस्" इत्यस्मिन् रूपकस्य प्रत्येकस्य प्रकारस्य नामस्य प्रथमाक्षरं क्रमाणुसारेण वर्तते। *संस्कृतसाहित्ये काव्यस्य भागद्वयं वर्तते। यथा - दृश्यकाव्यं श्रव्यकाव्यं च। अनयोः दृश्यकाव्यं द्रष्टुं तथा प्रदर्शनयोग्या भवति। श्रव्यकाव्यं तु केवलं श्रोतुं वा गीतुं शक्यते। रूपकमं दृश्य़काव्यम् इति।