Posts

Showing posts from August, 2021

Concept and Translation of Present Perfect Tense

Image
Translation of Present Perfect Tense  (Assamese to English)           Present মানে বৰ্তমান, Perfect মানে পূৰ্ণ হোৱা (finished / completed), Tense মানে কাল। বৰ্তমান অৰ্থাৎ এইমাত্ৰ কোনো কাম শেষ হোৱা বুলি বুজাবৰ বাবে Present Perfect Tense ব্যৱহাৰ কৰা হয়। এই Tense ৰ ইংৰাজী বাক্যবোৰৰ আৰ্হি হ'ল -                S + have/has + V3 + O যেনে - I have done the work. (মই কামটো কৰিলোঁ ।) * Present Perfect Tense ৰ অৰ্থ সাধাৰণতে দুটা। i. কোনো কাম এইমাত্ৰ শেষ হ'ল। আৰু  ii. কোনো কাম আগতেই শেষ হৈছে, কিন্তু তাৰ ফল এতিয়াও আছে। ব্যখ্যা -   কোনো কাম এইমাত্ৰ শেষ হোৱা বুলি বুজাবলৈ অসমীয়া ভাষাৰ ক্ৰিয়াপদবোৰৰ ধাতুৰ পিছত কালবাচক প্ৰত্যয় "ইল্" যোগ হৈ থাকে।যেনে -          পঢ়িলোঁ = পঢ়্ + ইল্ + ওঁ (ইয়াত ইল্ কালবাচক প্ৰত্যয়)          পঢ়িলা = পঢ়্ +  ইল্  + আ (ইয়াত ইল্ কালবাচক প্ৰত্যয়)          পঢ়িলি = পঢ়্ +  ইল্  + ই (ইয়াত ইল্ কালবাচক প্ৰত্যয়)          পঢ়িলে = পঢ়্ +  ইল্  + এ (ইয়াত ইল্ কালবাচক প্ৰত্যয়)      ওপৰৰ পঢ়িলোঁ, পঢ়িলা, পঢ়িলি, পঢ়িলে এই তিনিওটা ক্ৰিয়াপদে পঢ়া কামটো পূৰ্ণ (finished/

ইংৰাজী ব্যাকৰণৰ Subject ৰ ধাৰণা।

  ইংৰাজী ব্যাকৰণৰ Subject ৰ ধাৰণা          ইংৰাজী ব্যাকৰণৰ Subject শব্দৰ অসমীয়া সমাৰ্থক শব্দ হ ’ ল উদ্দেশ্য। অৱশ্য ইংৰাজীত যাক Subject বুলি কোৱা হয়, অসমীয়াত তাৰ বিপৰীতে উদ্দেশ্য বা কৰ্তা এই দুটা শব্দৰ প্ৰয়োগ আছে। বাক্য এটাত যাৰ বিষয়ে কোৱা হয় সেয়ে উদ্দেশ্য। যেনে – Ram plays football. এই বাক্যটোত “ ৰাম ” ৰ বিষয়ে কোৱা হৈছে। গতিকে Ram হ ’ ব বাক্যটোৰ Subject, অসমীয়াত উদ্দেশ্য।     যি কোনো কাম কৰে তাক কৰ্তা বোলে। যেনে – Ram kicks the ball. এই বাক্যটোত ৰামৰ বিষয়ে কোৱা হৈছে। গতিকে, Ram বাক্যটোৰ Subject / উদ্দেশ্য। ইয়াত ৰামে বলটো চুটীয়াই দিয়াৰ কামটো কৰিছে। গতিকে ৰাম বাক্যটোৰ কৰ্তা। ইংৰাজীত ইয়াক Subject বুলিয়ে কোৱা হয়। এইবাৰ আন এটা উদাহৰণ লোৱা হওক। The flower is beautiful. এই বাক্যটোত ফুলপাহৰ বিষয়ে বিষয়ে কোৱা হৈছে। ইয়াত ফুলপাহ বাক্যটোৰ Subject / উদ্দেশ্য। ইয়াত ফুলপাহে একো কাম কৰা নাই। গতিকে অসময়ীত ইয়াক কৰ্তা বুলি কোৱা নহয়। গতিকে আমি বুজিলোঁ যে সকলো উদ্দ্যই কৰ্তা নহয়। কিন্তু সকলো কৰ্তাই উদ্দেশ্য। ইংৰাজী বাক্যত ব্যৱহৃত I, We, You, You, He, She, It, Ram, Sita, The boy, The girl, They, Ram and

Assamese to English Translations (Part - 1)

Image
  1. মই কবিতা লিখোঁ। Ans. I write poems. 2. তেওঁ ৰাতিপুৱা সোনকালে শুই উঠে। Ans.   He gets up early in the morning. 3. যাদব আৰু মাধৱে কবিতা লিখে । Ans.   Jadab and Madhab write poems. 4. মই ফল ভাল পাওঁ। Ans.   I like fruits. 5. মোৰ দেউতা সদায় বজাৰলৈ যায় । Ans.   My father always go to the market. 6. আমি গান গাওঁ । Ans.   We sing songs. 7. তুমি মোক বুজি পোৱা। Ans.   You understand me. 8. শিক্ষকসকলে ইংৰাজী শিকায় । Ans.   The teachers teach English. 9. সি সত্যজিত্ ছাৰৰ পৰা ইংৰাজী শিকে । Ans.   He learns English from Satyajeet Sir. 10. সিহঁতে ক্ৰিকেট খেলে , নহয়নে ? Ans.   They play football, don’t they? 11. তুমি চৰাই ভাল পোৱা , নহয়নে ? Ans.   You like birds, don’t you? 12. তুমি ইংৰাজী কোৱা , নহয় নে ? Ans.   You speak English, don’t you? 13. তুমি গাখীৰ নোখোৱা, হয়নে ? Ans.   You don't drink milk, do you? 14. তুমি ভাত কিয় খোৱা ? Ans.   Why do you eat rice? 15. তুমি স্কুললৈ কেতিয়া যোৱা ? Ans.   When do you go to school?

Past Perfect Tense অসমীয়াত

প্ৰশ্ন - Past Perfect Tense ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ - অতীতত কোনো দুটা কাম সম্পন্ন হ'লে প্ৰথম হোৱা কামটোৰ ক্ষেত্ৰত  Past Perfect Tense ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত পিছত হোৱা কামটো Simple Past Tenseত লিখাটো নিয়ম।      যেনে -           অভিজিৎ অহাৰ আগতেই সুৰজিৎ আহিছিল।                Surajit had come before Abhijit came. কিদৰে ভাবিলোঁ –    ১. ইয়াত অতীত কালত দুটা কাম সম্পন্ন হৈছিল বুলি কোৱা হৈছে। এটা অভিজি ৎ অহা আৰু আনটো সুৰজি ৎ অহা। “ আহিছিল ” শব্দটোৰ পৰা কাম দুটা আগতেই অৰ্থাত্ অতীত কালত হৈছিল বুলি বুজা যায়। যিহেতু কাম দুটাৰ এটা আনটোৰ আগতেই সম্পন্ন হৈছিল, সেয়েহে ইয়াৰে আগতে সম্পন্ন হোৱা কামটো Past Perfect Tense ত আৰু পিছত সম্পন্ন হোৱা কামটো Simple Past Tense ত হ ’ ব।    ২. ইয়াত সূৰজি ৎ আগতে আহিছিল, গতিকে ই Past Perfect Tense ৰ আৰু অভিজি ৎ অহাৰ কামটো সুৰজিতৰ পিছত হোৱা বাবে ই Simple Past Tense ৰ হ ’ ব।    ৩. যিহেতু বাক্যটোত “ আগতে /before” শব্দটোৰ প্ৰয়োগ হৈছে, গতিকে Past Perfect Tense ৰ বাক্যটো আগত লিখিব লাগিব। যিহেতু সুৰজি ৎ আগতে আহিছিল, গতিকে বাক্যটোৰ প্ৰথম অংশত থাকিব। অনুবা

সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ

Image
সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ     অনুনাসিক উচ্চাৰণ নাসিকাৰ সহায়ত কৰা উচ্চাৰণ।এই উচ্চাৰণৰ সময়ত বায়ু নাকেৰে ওলাই যায়। অনুস্বাৰৰ উচ্চাৰণ প্ৰধানকৈ নিৰ্ভৰ কৰে তাৰ পিছত থকা বৰ্ণৰ ওপৰত। অনুস্বাৰৰ উচ্চাৰণৰ ক্ষেত্ৰত মানিব লগীয়া প্ৰধান নিয়মকেইটা তলত দিয়া ধৰণৰ -     *অনুস্বাৰৰ পিছত থকা শব্দৰ প্ৰথম আখৰটো কোনো বৰ্গীয় বৰ্ণ (যেনে - ক-বৰ্গ, চ-বৰ্গ, ট-বৰ্গ, ত-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ) হ'লে সেই আখৰটো যি বৰ্গৰ সেই বৰ্গৰ পঞ্চম বৰ্ণৰ উচ্চাৰণ হয়।         যেনে - অহং গচ্ছামি।                     ইয়াত অহং শব্দটোৰ শেষত অনুস্বাৰ আছে। ইয়াৰ উচ্চাৰণ পিছৰ শব্দত থকা গচ্ছামি শব্দৰ প্ৰথম আখৰ গ-ৰ ওপৰত নিৰ্ভৰ কৰিব। গ-আখৰটো যিহেতু  ক-বৰ্গৰ গতিকে অনুস্বাৰটোৰ উচ্চাৰণ ক-বৰ্গৰ পঞ্চম বৰ্ণ ঙ্ (ঙ-হলন্ত)ৰ উচ্চৰণ হ'ব।    এটা শব্দতে অনুস্বাৰৰ পিছত য়, ৰ, ল, ৱ, শ, ষ, স আদি Semi-Vowel থাকিলে অনুস্বাৰৰ উচ্চাৰণ ৱ-ৰ অনুস্বাৰৰ উচ্চাৰণ (ৱঁ) ৰ দৰে হয়। যেনে -        1.  শব্দ -  মৃত্যুসংসাৰসাগৰাত্ / मृत्युसंसारसागरात्             উচ্চাৰণ -  মৃত্যুস(ৱঁ)সাৰসাগৰাত্ / मृत्युस(व्ं)सारसागरात्       2.  শব্দ -  মৃত্যুসংসাৰসাগৰাত্             উচ

English Verb List (Part -1)

Image
Verb List   (Part - 1) V1 -------  V2 ------ V3 answer (উত্তৰ দে) - answered - answered believe (বিশ্বাস কৰ) - believed - believed call (মাত) - called - called dance (নাচ্) - danced - danced enlarge (ডাঙৰ কৰ) - enlarged - enlarged fill (পূৰ্ণ কৰা) - filled - filled grieve (দুখ কৰ) - grieved - grieved hate (ঘিন কৰ) - hated - hated invite (আমন্ত্ৰণ কৰ) - invited - invited jump (জপিয়া) - jumped - jumped kill (মাৰ) - killed - killed live (বাস কৰ) - lived - lived move (গতি কৰ) - moved - moved neglect (অৱমাননা কৰ) - neglected - neglected open (খোল) - opened - opened protest (প্ৰতিবাদ কৰ) - protested - protested question (প্ৰশ্ন কৰ) - questioned - questioned reach (গৈ পা) - reached - reached start (আৰম্ভ কৰ) - started - started test (পৰীক্ষা কৰ) - tested - tested use (ব্যৱহাৰ কৰ) - used - used violate (ভঙ্গ কৰ) - violated - violated work (কাম কৰ) - worked - worked xerox (প্ৰতিলিপি কৰ) - xeroxed - xeroxed yield (উত্পাদন কৰ) - yielded - yielded zoom (বৰ্দ্ধিত কৰ) - zoomed - zoomed

English Verb List (Part -2)

Image
Verb List   (Part - 2) V1 -------  V2 ------ V3 arise  - arose - arisen arrive  - arrived - arrived awake  - awoke - awaken bend  - bent - bent break  - broke - broken  bring  - brought - brought catch  - caught - caught climb  - climbed - climbed drive  - drove - driven claim  - claimed - claimed come   - came - come cry  - cried - cried do  - did - done draw  - drew - drawn dream  - dreamt - dreamt dream  - dreamed - dreamed exclaim  - exclaimed - exclaimed explain  - explained - explained feel  - felt - felt fly  - flew - flown give  - gave - given go  - went - gone learn  - learnt - learnt leave   - left - left like  - liked - liked live  - lived - lived look  - looked - looked make  - made - made meet  - met - met put  - put - put reach  - reached - reached rise  - rose - risen run  - ran - run see  - saw - seen send  - sent - sent sit  - sat - sat sleep  - slept - slept start  - started - started steal  - stole - stolen sweep  - swept - s swim  - swam - swum swing  - swung - swun