সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ

সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ



    অনুনাসিক উচ্চাৰণ নাসিকাৰ সহায়ত কৰা উচ্চাৰণ।এই উচ্চাৰণৰ সময়ত বায়ু নাকেৰে ওলাই যায়। অনুস্বাৰৰ উচ্চাৰণ প্ৰধানকৈ নিৰ্ভৰ কৰে তাৰ পিছত থকা বৰ্ণৰ ওপৰত। অনুস্বাৰৰ উচ্চাৰণৰ ক্ষেত্ৰত মানিব লগীয়া প্ৰধান নিয়মকেইটা তলত দিয়া ধৰণৰ -

    *অনুস্বাৰৰ পিছত থকা শব্দৰ প্ৰথম আখৰটো কোনো বৰ্গীয় বৰ্ণ (যেনে - ক-বৰ্গ, চ-বৰ্গ, ট-বৰ্গ, ত-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ) হ'লে সেই আখৰটো যি বৰ্গৰ সেই বৰ্গৰ পঞ্চম বৰ্ণৰ উচ্চাৰণ হয়।

       যেনে - অহং গচ্ছামি। 

                ইয়াত অহং শব্দটোৰ শেষত অনুস্বাৰ আছে। ইয়াৰ উচ্চাৰণ পিছৰ শব্দত থকা গচ্ছামি শব্দৰ প্ৰথম আখৰ গ-ৰ ওপৰত নিৰ্ভৰ কৰিব। গ-আখৰটো যিহেতু  ক-বৰ্গৰ গতিকে অনুস্বাৰটোৰ উচ্চাৰণ ক-বৰ্গৰ পঞ্চম বৰ্ণ ঙ্ (ঙ-হলন্ত)ৰ উচ্চৰণ হ'ব।

   এটা শব্দতে অনুস্বাৰৰ পিছত য়, ৰ, ল, ৱ, শ, ষ, স আদি Semi-Vowel থাকিলে অনুস্বাৰৰ উচ্চাৰণ ৱ-ৰ অনুস্বাৰৰ উচ্চাৰণ (ৱঁ) ৰ দৰে হয়। যেনে - 

      1. শব্দ - মৃত্যুসংসাৰসাগৰাত্ / मृत्युसंसारसागरात्

          উচ্চাৰণ - মৃত্যুস(ৱঁ)সাৰসাগৰাত্ / मृत्युस(व्ं)सारसागरात्

      2. শব্দ - মৃত্যুসংসাৰসাগৰাত্ 

          উচ্চাৰণ - মৃত্যুস(ৱঁ)সাৰসাগৰাত্

three consonants no aghat...

कांक्ष्य

same consonant no aghat

सन्निय...

न ह्य ... When ha comes first

May be apavad sutra for not having aghaat in सङ्गविवर्जित -


अनुस्वारस्य उच्चारणम् -

अनुस्वार अनन्त्ररं वर्गीय बर्णानां पञ्चवर्णस्योच्चारणम् भवति।

विषर्ग 

दीर्घ বৰ্ণৰ পিছত থকা ৱিষৰ্গৰ উচ্চাৰণ দীঘলৈ কব। 

ৱিষৰ্গৰ পিছত থকা শ, ষ, স ৰ উচ্চাৰণ শ্, ষ্, স্ ৰ দৰে হব।

বিষৰ্গৰ পিছত থাকিল

বিষৰ্গৰ পিছত ক, খ থাকিলে খ্ ৰ দৰে উচ্চাৰণ হব। ই জিহ্বামূলীয়।



Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী