Posts

Showing posts with the label Class VII Notes

বিভিন্ন পৰিৱেশৰ প্ৰাণী, ৭ম অধ্যায়, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা। (সত্যজিত্ শইকীয়া)

     পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 7 1       প্ৰ. 1  পৰিৱেশ কাক বোলে?     উঃ   আমি আৰু আমাৰ চাৰিওফালৰ মাটি, পানী, বায়ু, গছ-গছনি, চৰাই-চিৰিকটি আদিবোৰক একেলগে পৰিৱেশ বোলে।     প্ৰ. 2  মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে।      উঃ  কাঁইট      প্ৰ.3 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে?      উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে। পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72      1. কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ?      উত্তৰ – পৃথিৱীৰ বিভিন্ন প্ৰকাৰৰ জীৱসমূহৰ সৃষ্টিত জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বিশেষ প্ৰভাৱ আছে। বিশেষ বিশেষ জলবায়ুৰ লগত খাপ খাব পৰাকৈ জীৱসমূহৰ দেহ বিশেষ বিশেষ আৰ্হিৰে গঠিত হৈছে। জীৱসমূহে অকস্মাতে নতুন পৰিৱেশৰ সন্মুখীন হলে জীয়...

আঁহৰ পৰা কাপোৰলৈ, বিজ্ঞান, সপ্তমশ্ৰেণী '

আঁহৰ পৰা কাপোৰলৈ পাঠৰ বিভিন্ন প্ৰশ্নোত্তৰ পাবলৈ অনুগ্ৰহ কৰি এই লিংকটোত ক্লিক (Click) কৰাঁ।