Posts

Showing posts from July, 2022

Basic Sentence Patterns in English (With A little explanation in Assamese)

Image
Basic Sentence Patterns in English 1. S + V 2. S + V + O 3. S + V  + O + O 4. S + V + C 5. S + V + O + C * S + V   Examples He plays. I eat. He runs. She sleeps. She reads. They Travel. Sachin Tendulkar walks. * S + V + O   Examples I eat rice. I play football. I play cricket. I write a letter. We sing a song. We sing songs. Manish Malhotra designs lots of fashionable cloths. The boy sings a song. He plays basketball. You draw a picture. I write letter. Raj eats lots of fast foods. We read story books. He plays cricket. I write a letter. He goes school. I go to school. He eats fruits. S + V  + O + O He gave me a book. I gave her a flower. *  S + V + C  Examples I am a student. I am a girl. He is a player. He is an architect. He is a teacher. I am a teacher She is a singer . I am an artist. She is a great teacher. He is a doctor I am a dancer. Siraj Singha is a good chef. Jayanta Malla Barua is a politician. She is a good dancer. I am a singer We play football. She is a good scientist.

Noun , Pronoun , Subject , Verb , Object ইত্যাদি।

Image
Q. What is noun? Ans. Noun is the name of anything. Q. Noun ক অসমীয়াত ___ বুলি কোৱা হয়। Ans. নামপদ, বিশেষ্যপদ বা সংজ্ঞাপদ Q. কেইটামান Noun ৰ উদাহৰণ দিয়াঁ। Ans. Ram, Madhu, Jadu, Bishal, Sudarshan, Barnam, Sita, Bandita, Kritishikha, Ghana Shyam, car, book, pen, pencil,  Q. Pronoun ক অসমীয়াত কি বুলি কোৱা হয়? Ans. সৰ্বনাম। Q. কেইটামান pronoun ৰ উদাহৰণ দিয়াঁ। Ans. কেইটামান pronoun ৰ উদাহৰণ হ’ল - I, we, you, you, he, she, it, they আদি। Q. Subject বা কৰ্তা কি? Ans. সাধাৰণতে কোনো বাক্যত যি ব্যক্তি বা বস্তুৰ বিষয়ে কোৱা হয়, তাকে উদ্দেশ্য বা কৰ্তা ইংৰাজীত subject বুলি কোৱা হয়। উদাহৰণস্বৰূপে, The flower is beautiful. এই বাক্যত ফুলপাহ (The flower) বিষয়ে কোৱা হৈছে। গতিকে The flower হ’ব উদ্দেশ্য বা subject. সাধাৰণতে কৰ্তা শব্দৰ অৰ্থ হ'ল কৰোঁতা। অৰ্থাত্ যি কৰে, সি কৰ্তা। The flower is beautiful বাক্যটোত ফুলপাহে একো কৰা নাই। ইয়াত কেৱল ফুলপাহ ধুনীয়া বুলিহে উল্লেখ কৰা হৈছে। গতিকে ই উদ্দেশ্য যদিও কৰ্তা নহয়। The hunter killed the tiger. ইয়াত বাঘটো (The hunter) ৰ বিষয়ে কোৱা হৈছে। গতিকে The hunter

গতি, নবম শ্ৰেণী

Image
1. সৰণ কাক বোলে? উঃ গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম স্থানৰ মাজৰ নিম্নতম দূৰত্বকে সৰণ (Displacement) বোলে৷ 2. গাড়ী এখনে 10 ছেকেণ্ডত 200 মিটাৰ দূৰত্ব আতিক্ৰম কৰিলে ইয়াৰ দ্ৰুতি নিৰ্ণয় কৰাঁ৷  সমাধান -  এই প্ৰশ্নৰ সমাধানৰ বাবে তলৰ লিংকটোত ক্লিক কৰাঁ।https://drive.google.com/file/d/1n5AOXDmmelmxBkKtsSuFRzXS0pZFgOHg/view?usp=sharing 5.  সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডালৰ প্ৰকৃতি কি হ'ব? উঃ সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডাল এডাল সৰলৰেখা হ'ব। 4. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়? উঃ বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল সৰল ৰেখা, আনহাতে বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল বক্ৰৰেখা৷

Some Commonly Used Phrases Using "of"/ৰ

Image
  Some Commonly Used Phrases Using "of"/ৰ of the A.C. – এ.চি.টোৰ of the apartment - এপাৰ্টমেন্টটোৰ of the bag – মোনাখনৰ of the bank - বেংকটোৰ of the bedroom – শোৱা কোঠাটোৰ of the book - কিতাপখনৰ of the box - বাকচটোৰ of the boy – ল’ৰাটোৰ of the car – গাড়ীখনৰ of the cat - মোকুৰীটোৰ of the chair - চকীখনৰ of the college - কলেজখনৰ of the colour – ৰংটোৰ of the computer - কম্পিউটাৰটোৰ of the dictionary - অভিধানখনৰ of the dog - কুকুৰটোৰ of the door – দুৱাৰখনৰ of the earth - পৃথিৱীখনৰ of the fan – ফেনখনৰ of the film - চিনেমাখনৰ of the game – খেলটোৰ of the garage - গেৰেজটোৰ of the girl - ছোৱালীজনীৰ of the grammar - ব্যাকৰণখনৰ of the house – ঘৰটোৰ of the institute - প্ৰতিষ্ঠানটোৰ of the lady - মহিলাগৰাকীৰ of the laptop - লেপটপটোৰ of the light – বাল্বটোৰ/চাকীটোৰ of the machine - মেচিনটোৰ of the market - বজাৰখনৰ of the needle – বেজীটোৰ of the man - মানুহজনৰ of the mask – মাস্কখনৰ of the mirror - আইনাখনৰ of the mobile - মোবাইলটোৰ of the mouse – নিগনীটোৰ of the mug - মগটোৰ of the octopus -