Some Commonly Used Phrases Using "of"/ৰ
Some Commonly Used Phrases Using "of"/ৰ
of the A.C. – এ.চি.টোৰ
of the apartment - এপাৰ্টমেন্টটোৰ
of the bag – মোনাখনৰ
of the bank - বেংকটোৰ
of the bedroom – শোৱা কোঠাটোৰ
of the book - কিতাপখনৰ
of the box - বাকচটোৰ
of the boy – ল’ৰাটোৰ
of the car – গাড়ীখনৰ
of the cat - মোকুৰীটোৰ
of the chair - চকীখনৰ
of the college - কলেজখনৰ
of the colour – ৰংটোৰ
of the computer - কম্পিউটাৰটোৰ
of the dictionary - অভিধানখনৰ
of the dog - কুকুৰটোৰ
of the door – দুৱাৰখনৰ
of the earth - পৃথিৱীখনৰ
of the fan – ফেনখনৰ
of the film - চিনেমাখনৰ
of the game – খেলটোৰ
of the garage - গেৰেজটোৰ
of the girl - ছোৱালীজনীৰ
of the grammar - ব্যাকৰণখনৰ
of the house – ঘৰটোৰ
of the institute - প্ৰতিষ্ঠানটোৰ
of the lady - মহিলাগৰাকীৰ
of the laptop - লেপটপটোৰ
of the light – বাল্বটোৰ/চাকীটোৰ
of the machine - মেচিনটোৰ
of the market - বজাৰখনৰ
of the needle – বেজীটোৰ
of the man - মানুহজনৰ
of the mask – মাস্কখনৰ
of the mirror - আইনাখনৰ
of the mobile - মোবাইলটোৰ
of the mouse – নিগনীটোৰ
of the mug - মগটোৰ
of the octopus - অক্টোপাছটোৰ
of the oil – তেলটোৰ
of the old lady – বৃদ্ধা মহিলাগৰাকীৰ
of the old man – বুঢ়া মানুহজনৰ
of the orange - কমলাটোৰ
of the ostrich - উটপক্ষীৰ
of the ox – বলধটোৰ/ষাঁড়
of the pineapple - আনাৰসৰ
of the peacock – ম’ৰা চৰাইটোৰ
of the police - পুলিচজনৰ
of the rocket - ৰকেটখনৰ
of the ring - আঙঠিটোৰ
of the quilt – কঁঠাখনৰ/নিহালিখনৰ/লেপখনৰ
of the rail - ৰেলখনৰ
of the sage – ঋষিগৰাকীৰ
of the school - স্কুলখনৰ
of the shark – শ্বাৰ্কটোৰ
of the sheep - ভেড়াটোৰ
of the shirt – চোলাটোৰ/চাৰ্টটোৰ
of the shop - দোকানখনৰ
of the spoon – চামুচখনৰ
of the table - টেবুলখনৰ
of the television - দূৰদৰ্শনটোৰ
of the temple - মন্দিৰটোৰ
of the train – ৰেলখনৰ
of the tree - গছজোপাৰ
of the university - বিশ্ববিদ্যালয়খনৰ
of the village – গাঁওখনৰ
of the wall - বেৰখনৰ
of the watermelon - তৰমুজটোৰ
of the whale – তিমি মাছটোৰ
of the window - খিৰিকিখনৰ
of the world – বিশ্বখনৰ/বিশ্ব-ব্ৰহ্মাণ্ডৰ
Thanks
ReplyDeleteThanks
ReplyDelete