Posts

Showing posts from February, 2020

LACHIT BORPHUKAN, Lesson 1, English, Class VII, SSN

The Great Hero of Assam The Hindu civilization - হিন্দু সভ্যতাই, has given birth - জন্ম দিছে, to many sages - বহু মনীষীৰ, and warriors - আৰু যোদ্ধাৰ, over its long history - ইয়াৰ সুদীৰ্ঘ ইতিহাসত. (হিন্দু সভ্যতাই ইয়াৰ সুদীৰ্ঘ ইতিহাসত বহু মনীষী  আৰু যোদ্ধাৰ জন্ম দিছে)। 1. What has the Hindu Civilisation given birth to, over its long history? Ans. The Hindu Civilisation has given birth to many sages and warriors over its long history. This is a story - এইটো এটা কাহিনী, of one - এজনৰ, of its - ইয়াৰ, greatest sons - আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ, mostly known - বেছিকৈ জ্ঞাত, within Assam only - কেৱল অসমৰ ভিতৰতহে. (এইটো কেৱল অসমৰ ভিতৰতহে বেছিকৈ জ্ঞাত আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ এজনৰ এটা কাহিনী ) Unfortunately - দুৰ্ভাগ্যবশতঃ, he is unknown - তেওঁ অপৰিচিত, amongst - মাজত, most of the Indians - প্ৰায়ভাগ ভাৰতীয়ৰ. (দুৰ্ভাগ্যবশতঃ, তেওঁ প্ৰায়ভাগ ভাৰতীয়ৰ মাজত অপৰিচিত।) In India - ভাৰতবৰ্ষত, the Ahoms - আহোমসকল, in Assam - অসমত, were the only rulers - একমাত্ৰ শাসনকৰ্তা আছিল, who d

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ, পঞ্চম শ্ৰেণী।

1. মেলেৰিয়া কি? উত্তৰ - মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ। 2. মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে? উত্তৰ - মেলেৰিয়া ৰোগ এন'ফিলিছ নামৰ এবিধ মাইকী মহৰ দ্বাৰা বিয়পে। 3. সংক্ৰামক ৰোগ কাক বোলে? উত্তৰ -  যিবোৰ ৰোগ এজনৰ পৰা‌ আন এজনলৈ বিয়পিব পাৰে, তেনেবোৰ ৰোগকে সংক্ৰামক ৰোগ বোলে। বা  কিছুমান ৰোগ আছে যিবোৰ সহজে এজনৰ পৰা আন এজনলৈ বিয়পে। এনে ৰোগত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত থাকিলে সুস্থ ব্যক্তিও সেই ৰোগত ভুগিব পাৰে। এনেবোৰ ৰোগক সংক্ৰামক ৰোগ বোলে। 4.  বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম লিখাঁ। উত্তৰ -  বীজাণুৰ দ্বাৰা বিয়পিব পৰা কেইবিধমান ৰোগৰ নাম হ'ল - কলেৰা, ডিছেন্ট্ৰী, মেলেৰিয়া, যক্ষ্মা আদি। 4.  মহৰ শৰীৰটো কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি? উত্তৰ -  মহৰ শৰীৰটো তিনিটা ভাগত ভাগ কৰিব পাৰি।  ভাগকেইটা হ'ল - মূৰ, বুকু আৰু উদৰ। 5. মহৰ মূৰত থকা দীঘল নলীডালক কি বোলে? উত্তৰ - শুং বোলে। 6. মহৰ বুকুত কেইযোৰ ঠেং থাকে? উত্তৰ - তিনিযোৰ 7. মহে উৰোতে কিহৰ দ্বাৰা গুণগুণ শব্দ কৰে? উত্তৰ - মহে উৰোতে বতাহত পাখি দুখন লাগি গুণগুণ শব্দ হয়। 8. কণীৰ পৰা মহ হ'বলৈ কিমান সময় লাগে? উত্তৰ - কণীৰ পৰা মহ

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী

Image
প্ৰাণীৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী 1. প্ৰাণীয়ে উদ্ভিদৰ পৰা কেইপ্ৰকাৰে খাদ্য গ্ৰহণ কৰে আৰু কি কি? উত্তৰ - প্ৰাণীয়ে উদ্ভিদৰ পৰা দুই প্ৰকাৰে খাদ্য গ্ৰহণ কৰে। (ক) প্ৰত্যক্ষভাৱে (উদ্ভিদ খাই)। আৰু (খ) পৰোক্ষভাৱে (উদ্ভিদ খোৱা প্ৰাণীৰ মাংস খাই)। 2. শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা লিখাঁ। উত্তৰ - শৰীৰত খাদ্যৰ তিনিটা প্ৰয়োজনীয়তা হ'ল -    (ক) ই শৰীৰত শক্তিৰ যোগান ধৰে।    (খ) ই দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। আৰু    (গ) ই শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। 3. হ'ল'জইক পদ্ধতি কি? উত্তৰ - প্ৰাণীয়ে কঠিন জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰা পদ্ধতিক হ'ল'জইক পদ্ধতি বোলে। 4. ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম লিখা। উত্তৰ - ফুলৰ মৌ চুহি খোৱা দুবিধ প্ৰাণীৰ নাম হ'ল মৌ-মাখি আৰু হামিং বাৰ্ড। 5. এমিবাই কিহৰ দ্বাৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ খাদ্য হিচাপে আৱৰি ধৰে? উত্তৰ - কূটপদৰ দ্বাৰা। 6. হাইড্ৰাই কিহৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে? উত্তৰ - টেন্টাকুলৰ দ্বাৰা। 7. এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা। উত্তৰ - 8. হাইড্ৰাৰ খাদ্য গ্ৰহণ প্ৰণালী চিত্ৰৰে উপস্থাপন কৰা। উত্তৰ

7 ৰে বিভাজ্যতা

বিভাজ্যতা পৰীক্ষা কৰিব লগীয়া সংখ্যাটোৰ শেষৰ অংকটো গুচাই লৈ দুগুণ কৰা। এইদৰে পোৱা সংখ্যাটো মূল সংখ্যাটোৰ পৰা শেষৰ সংখ্যাটো গুচোৱাৰ পিছত বাকী ৰোৱা সংখ্যাটোৰ পৰা বিয়োগ কৰা। যদি এই বিয়োগফল 7 ৰে বিভাজ্য হয়, তোতিয়া সংখ্যাটোও 7 ৰে বিভাজ্য হব। উল্লেখনীয় যে এই প্ৰক্ৰিয়াটো কেতিয়াবা একাধিকবাৰ পুনৰাবৃত্তি কৰিব লাগিব। উদাহৰণস্বৰূপে 3101 সংখ্যাটো 7 ৰে বিভাজ্য হ ’ বনে চাবৰ বাবে প্ৰথমে 3101 ৰ শেষৰ অংক 1 টো গুটাই তাৰ দুগুণ 2 ক 3101 ৰ পৰা 1 টো গুচাই পোৱা 310 ৰ পৰা বিয়োগ কৰিলে 308 পোৱা যাব। এইবাৰ 308 ৰ পৰা 8 গুচাই ইয়াৰ দুগুণ 16 ক 30 ৰ পৰা বিয়োগ কৰিলে 14 পোৱা যাব। যিহেতু 14 সংখ্যাটো 7 ৰে বিভাজ্য, গতিকে 3101 সংখ্যাটোও 7 ৰে বিভাজ্য হ ’ ব।  

Elements, Atoms, Compunds, Mixtures etc.

Atoms  are the smallest bits of ordinary matter and are made from particles called  protons  (which carry a positive electrical charge),  neutrons  (which carry no electrical charge) and  electrons  (which carry a negative electrical charge). The protons and neutrons cluster together in the central part of the atom, called the  nucleus , and the electrons 'orbit' the nucleus. A particular atom will have the same number of protons and electrons and most atoms have at least as many neutrons as protons. An element is a substance that is made entirely from one type of atom. For example, the element  hydrogen  is made from atoms containing just one proton and one electron. If you had very, very good eyes and could look at the atoms in a sample of hydrogen, you would notice that most of the atoms have no neutrons, some of them have one neutron and a few of them have two neutrons. These different versions of hydrogen are called  isotopes . All isotopes of a particular element have

What are isotopes of an element?

Ans. Isotopes are atoms of the same element having the same atomic number but different mass numbers. As for example protium, deuterium and tritium are three isotopes of Hydrogen. While all these have one proton in the nucleus of each atom, they have 0, 1 and 2 neutrons in their nucleus respectively.

What is mass number of an atom? What is it denoted by?

Ans. The total number of protons and neutrons present in the nucleus of an atom is called the mass number of the atom. It is denoted by 'A'.

Why are protons and neutrons calls nucleus of an atom?

Ans. Protons and neutrons are present in the nucleus of an atom. Hence, they are called the nucleons of an atom.

What is atomic number? What is it denoted by?

Ans. The total number of protons present in the nucleus of an atom is called it's atomic number. It is denoted by 'Z'.

What is a compiler?

Ans. The software (set of programmes) that reads a programme written in high level language and translates it into an equivalent programme in machine language is called a compiler.

What is a software?

Ans. Software refers to a set of programs that makes the hardware perform a particular set of tasks in particular order. It is broadly classified into two types - System software and Application software. System software is again categorised into two types - a. Operating system and b . Utilities. Application software likewise is classified into two types - a. Generalized packages and b. Customised packages.

What is an application software? give example.

And. An application software is a set of programs which are written to perform specific tasks, for example: an application package for managing library known as library information system. it is used to manage information of library services keeping book details account holder details book issue details book written details etc. Another example of an application software is "student information system".

What are Utilities software? Give examples.

Ans. "Utilities" are programmes that bridge the gap between the functionality of an Operating System and the need of user. Examples - compress (zip) and uncompress (unzip) files software, anti-virus software, split and join files software, etc.

What is an Operating System? Give examples.

Ans. Operating System is a system software that provides an interface for a user to communicate with the computer manages and maintains hardware devices (disk drives, keyboard, monitor etc.) manages and maintains the file systems and supports application programs. Examples - UNIX, Windows and Linux.

What are system softwares?

Ans. System softwares are set of programs, responsible for running the computer, controlling various operations of computer systems and management of computer resources. Example - Operating System (OS).