7 ৰে বিভাজ্যতা


বিভাজ্যতা পৰীক্ষা কৰিব লগীয়া সংখ্যাটোৰ শেষৰ অংকটো গুচাই লৈ দুগুণ কৰা। এইদৰে পোৱা সংখ্যাটো মূল সংখ্যাটোৰ পৰা শেষৰ সংখ্যাটো গুচোৱাৰ পিছত বাকী ৰোৱা সংখ্যাটোৰ পৰা বিয়োগ কৰা। যদি এই বিয়োগফল 7 ৰে বিভাজ্য হয়, তোতিয়া সংখ্যাটোও 7 ৰে বিভাজ্য হব। উল্লেখনীয় যে এই প্ৰক্ৰিয়াটো কেতিয়াবা একাধিকবাৰ পুনৰাবৃত্তি কৰিব লাগিব।
উদাহৰণস্বৰূপে 3101 সংখ্যাটো 7 ৰে বিভাজ্য হবনে চাবৰ বাবে প্ৰথমে 3101 ৰ শেষৰ অংক 1 টো গুটাই তাৰ দুগুণ 2 ক 3101 ৰ পৰা 1 টো গুচাই পোৱা 310 ৰ পৰা বিয়োগ কৰিলে 308 পোৱা যাব। এইবাৰ 308 ৰ পৰা 8 গুচাই ইয়াৰ দুগুণ 16 ক 30 ৰ পৰা বিয়োগ কৰিলে 14 পোৱা যাব। যিহেতু 14 সংখ্যাটো 7 ৰে বিভাজ্য, গতিকে 3101 সংখ্যাটোও 7 ৰে বিভাজ্য হব।  

Comments

  1. Your Affiliate Money Printing Machine is ready -

    Plus, making profit with it is as easy as 1..2..3!

    It's super easy how it works...

    STEP 1. Tell the system which affiliate products the system will advertise
    STEP 2. Add push button traffic (it LITERALLY takes JUST 2 minutes)
    STEP 3. See how the system explode your list and upsell your affiliate products on it's own!

    Do you want to start making profits??

    Click here to check it out

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী