LACHIT BORPHUKAN, Lesson 1, English, Class VII, SSN

The Great Hero of Assam
The Hindu civilization - হিন্দু সভ্যতাই, has given birth - জন্ম দিছে, to many sages - বহু মনীষীৰ, and warriors - আৰু যোদ্ধাৰ, over its long history - ইয়াৰ সুদীৰ্ঘ ইতিহাসত. (হিন্দু সভ্যতাই ইয়াৰ সুদীৰ্ঘ ইতিহাসত বহু মনীষী  আৰু যোদ্ধাৰ জন্ম দিছে)।
1. What has the Hindu Civilisation given birth to, over its long history?
Ans. The Hindu Civilisation has given birth to many sages and warriors over its long history.
This is a story - এইটো এটা কাহিনী, of one - এজনৰ, of its - ইয়াৰ, greatest sons - আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ, mostly known - বেছিকৈ জ্ঞাত, within Assam only - কেৱল অসমৰ ভিতৰতহে.
(এইটো কেৱল অসমৰ ভিতৰতহে বেছিকৈ জ্ঞাত আটাইতকৈ শ্ৰেষ্ঠ পুত্ৰবিলাকৰ এজনৰ এটা কাহিনী )
Unfortunately - দুৰ্ভাগ্যবশতঃ, he is unknown - তেওঁ অপৰিচিত, amongst - মাজত, most of the Indians - প্ৰায়ভাগ ভাৰতীয়ৰ.
(দুৰ্ভাগ্যবশতঃ, তেওঁ প্ৰায়ভাগ ভাৰতীয়ৰ মাজত অপৰিচিত।)
In India - ভাৰতবৰ্ষত, the Ahoms - আহোমসকল, in Assam - অসমত, were the only rulers - একমাত্ৰ শাসনকৰ্তা আছিল, who defeated - যি পৰাজিত কৰিছিল, the Mughals - মোগলসকলক, seventeen times - সোতৰ বাৰ.
(ভাৰতবৰ্ষত, অসমৰ আহোমসকলেই আছিল একমাত্ৰ শাসনকৰ্তা যি মোগলসকলক সোতৰ বাৰ পৰাজিত কৰিছিল।)
2. How many times did the Ahoms defeated the Mughals?
Ans. - The Ahoms defeated the Mughals seventeen times.
 Lachit Borphukan was - লাচিত বৰফুকন আছিল, one - এজন, of the greatest commanders - শ্ৰেষ্ঠতম কামাণ্ডাৰসকলৰ, of Assam - অসমৰ. (লাচিত বৰফুকন অসমৰ শ্ৰেষ্ঠতম কামাণ্ডাৰসকলৰ এজন আছিল।) Under his leadership - তেওঁৰ নেতৃত্বত, the Ahoms won - আহোমসকলে জয়লাভ কৰিছিল, the Battle of Saraighat - শৰাইঘাটৰ যুদ্ধত, in 1671 - ১৬৭১ চনত. (তেওঁৰ নেতৃত্বত আহোমসকলে ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল।) In his last and decisive battle - তেওঁৰ শেষৰ আৰু নিৰ্ণায়ক যুদ্ধখনত, inspite of his illness - তেওঁৰ অসুখৰ সত্বেও, he inspired - তেওঁ উত্সািহত কৰিছিল, a dispirited Ahom naval force - হাতাশগ্ৰস্ত আহোম নৌসেনাসকলক, to fight - যুদ্ধ কৰিবলৈ, against the Mughals - মোগলৰ বিৰুদ্ধে. ( তেওঁৰ শেষৰ আৰু নিৰ্ণায়ক যুদ্ধখনত তেওঁৰ অসুখৰ সত্বেও হাতাশগ্ৰস্ত আহোম নৌসেনাসকলক মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উত্সািহত কৰিছিল). This made him - ই তেওঁক কৰি তুলিছিল, a national hero - এজন জাতীয় নায়ক. (ই তেওঁক এজন জাতীয় নায়কত পিৰণত কৰিছিল) There are a number of incidents - এনে বহুকেইটা ঘটনা আছে, displaying Lachit's patriotism - লাচিতৰ দেশপ্ৰেম প্ৰকাশ কৰা, and devotion - আৰু ত্যাগৰ, towards his motherland - তেওঁৰ মাতৃভুমিৰ প্ৰতি. (লাচিতৰ দেশপ্ৰেম আৰু তেওঁৰ মাতৃভুমিৰ প্ৰতি ত্যাগক প্ৰকাশ কৰা বহুকেইটা ঘটনা আছে) One such incident - এনেকুৱা এটা ঘটনা, is based on this quote - এটা উক্তি আধাৰিত, by Lachit Borphukan - লাচিত বৰফুকনৰ. (এনেকুৱা এটা ঘটনা লাচিতৰ এটি উক্তি আধাৰিত)। During the preparations - প্ৰস্তুতিৰ সময়ছোৱাত, for the Battle - যুদ্ধৰ বাবে of Saraighat - শৰাইঘাটৰ, he ordered - তেওঁ আদেশ দিছিল, a 'Gar' (an earthen wall) to be built - এটা গড় (মাটিৰে সজা বৃহত্ মাথাউৰী) নিৰ্মাণৰ বাবে, for fortification - প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবৰ বাবে, within one night - এৰাতিৰ ভিতৰত. He employed - তেওঁ নিয়োগ কৰিছিল, his maternal uncle - তেওঁৰ মোমায়েকক, as the supervisor - তদাৰককাৰী (নিৰীক্ষক) হিচাপে. Late at night - শেহ ৰাতি, when Lachit came - যেতিয়া লাচিত আহিছিল, for inspection - পৰিদৰ্শনৰ বাবে, he found that - তেওঁ পালে যে, work was not progressing - কাম ভালদৰে আগবাঢ়ি থকা নাছিল, satisfactorily - সন্তোষজনকভাৱে. When asked - যেতিয়া সোধা হৈছিল, for an explanation - কাৰণ দৰ্শাবৰ বাবে, his uncle - তেওঁৰ মোমায়েকে, cited that - কৈছিল যে, the workers were tired - শ্ৰমিকসকল ভাগৰুৱা হৈছিল. He became so furious - তেওঁৰ ইমানেই খং উঠিছিল, at this negligence - তেওঁৰ অৱহেলাৰ বাবে, of duty - কৰ্তব্যৰ প্ৰতি, that - যে, he beheaded - তেওঁ শিৰচ্ছেদ কৰিছিল, his uncle - তেওঁৰ মোমায়েকৰ, on the spot - সেই ঠাইতে, saying - কৈ:-
“Dexotkoi momai dangor nohoi - দেশতকৈ মোমাই ডাঙৰ নহয়", which means - যাৰ অৰ্থ হল "My uncle is not greater - মোৰ মোমাই বেছি মহান নহয়, than my country - মোৰ দেশতকৈ.”
This incident - এই ঘটনাই, awakened everyone - সকলোকে সচকিত কৰিছিল, and the 'gar' was completed - আৰু গড়টো সম্পূৰ্ণ হৈছিল, within that night - সেই ৰাতিৰ ভিতৰতে. This episode is still cited - এই অধ্যায়টো এতিয়াও উদ্ধৃত কৰা হয়, in Assam - অসমত, as the ultimate example - চূড়ান্ত উদাহৰণ হিচাপে, of his sincerity - তেওঁৰ নৈষ্ঠিকতাৰ, and patriotism - আৰু দেশপ্ৰেমৰ.
Lachit Borphukan was a commander - লাচিত বৰফুকন আছিল এজন কামাণ্ডাৰ, and Borphukan in the Ahom Kingdom - আহোম ৰাজ্যৰ বৰফুকন. He was the son - তেওঁ আছিল পুতেক, of Momai Tamuli Borbarua - মোমাই তামুলী বৰবৰুৱাৰ, the first Borbarua - প্ৰথম বৰবৰুৱা, of upper Assam - উজনি অসমৰ. He was educated - তেওঁক শিক্ষা দিয়া হৈছিল, in humanities - মানৱতাৰ, scriptures - ধৰ্মগ্ৰন্থৰ, and military skills - আৰু সামৰিক দক্ষতাৰ. He was first given - তেওঁক প্ৰথম দিয়া হৈছিল, the responsibility - দায়িত্ব, of scarf bearer (Soladhara Barua) - শোলাধৰা বৰুৱা, of the Ahom Swargodeo - আহোম স্বৰ্গদেউৰ. Later - পিছলৈ, he was appointed - তেওঁক নিয়োগ কৰা হৈছিল, as the superintendent - মুখ্য তত্ত্বাৱধায়ক হিচাপে, of the stable - ঘোঁৰা শালৰ, of Royal Horses (Ghora Barua) - ৰজাঘৰীয়া ঘোঁৰাবিলাকৰ, Finally - অৱশেষত, Ahom King Chakradhwaj Singha - আহোম ৰজা চক্ৰধ্বজ সিংহই,  selected Lachit Borphukan - লাচিত বৰফুকনক বাচনি কৰিছিল, to lead the army - সৈন্যসকলক নেতৃত্ব দিবলৈ, to fight - যুদ্ধ কৰাত, against the Mughals - মোগলৰ বিৰুদ্ধে. He recovered Guwahati - তেওঁ গুৱাহাটীক উদ্ধাৰ কৰিছিল, from the Mughals - মোগলসকলৰ পৰা, and successfully defended  it - আৰু সফলতাৰে ইয়াক ৰক্ষা কৰিছিল, against the Mughal forces - আহোম সৈন্যৰ বিৰুদ্ধে, during the Battle of Saraighat - শৰাইঘাটৰ যুদ্ধকালত.
This great hero of Assam - অসমৰ এই মহান নায়কজন, died - মৃত্যু হৈছিল, about a year after - প্ৰায় এবছৰৰ পিছত, the victory at Saraighat - শৰাইঘাট বিজয়ৰ, due to natural causes - প্ৰাকৃতিক কাৰণত. His mortal - তেওঁৰ নশ্বৰ দেহ, remains lie in rest - বিশ্ৰাম গ্ৰহণ কৰি শুই আেছ, at the Lachit Maidam - লাচিতৰ মৈদামত, built in 1672 - ১৬৭২ চনত প্ৰতিষ্ঠা কৰা, by Swargadeo Udayaditya Singha - স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দ্বাৰা প্ৰতিষ্ঠা কৰা, at Hoolungapara - হুলুঙাপাৰাত, about 16 kms from Jorhat - যোৰহাটৰ পৰা প্ৰায় ১৬ কিঃমিঃ নিলগৰ.

Comments

  1. Look at the way my colleague Wesley Virgin's report starts with this SHOCKING AND CONTROVERSIAL video.

    Wesley was in the army-and shortly after leaving-he found hidden, "MIND CONTROL" secrets that the CIA and others used to get anything they want.

    As it turns out, these are the exact same SECRETS tons of famous people (notably those who "come out of nowhere") and top business people used to become wealthy and famous.

    You probably know how you use less than 10% of your brain.

    That's mostly because most of your brain's power is UNCONSCIOUS.

    Maybe that conversation has even occurred INSIDE your own head... as it did in my good friend Wesley Virgin's head around seven years ago, while riding an unregistered, garbage bucket of a car with a suspended license and with $3.20 in his pocket.

    "I'm so frustrated with living paycheck to paycheck! Why can't I become successful?"

    You've taken part in those types of conversations, ain't it so?

    Your success story is going to be written. All you have to do is in YOURSELF.

    WATCH WESLEY SPEAK NOW

    ReplyDelete
  2. Your Affiliate Money Making Machine is waiting -

    Plus, earning money online using it is as simple as 1..2..3!

    This is how it all works...

    STEP 1. Choose affiliate products you want to push
    STEP 2. Add PUSH button traffic (this LITERALLY takes 2 minutes)
    STEP 3. Watch the affiliate products system grow your list and sell your affiliate products on it's own!

    Are you ready to make money ONLINE???

    Get the full details here

    ReplyDelete
  3. What was the first responsibility given to Lachit Borfukn ?

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী