Assamese to English Translations (Part - 1)


 

1. মই কবিতা লিখোঁ।

Ans. I write poems.

2. তেওঁ ৰাতিপুৱা সোনকালে শুই উঠে।

Ans. He gets up early in the morning.

3. যাদব আৰু মাধৱে কবিতা লিখে

Ans. Jadab and Madhab write poems.

4. মই ফল ভাল পাওঁ।

Ans. I like fruits.

5. মোৰ দেউতা সদায় বজাৰলৈ যায়

Ans. My father always go to the market.

6. আমি গান গাওঁ

Ans. We sing songs.

7. তুমি মোক বুজি পোৱা।

Ans. You understand me.

8. শিক্ষকসকলে ইংৰাজী শিকায়

Ans. The teachers teach English.

9. সি সত্যজিত্ ছাৰৰ পৰা ইংৰাজী শিকে

Ans. He learns English from Satyajeet Sir.

10. সিহঁতে ক্ৰিকেট খেলে,নহয়নে?

Ans. They play football, don’t they?

11. তুমি চৰাই ভাল পোৱা,নহয়নে?

Ans. You like birds, don’t you?

12. তুমি ইংৰাজী কোৱা, নহয় নে?

Ans. You speak English, don’t you?

13. তুমি গাখীৰ নোখোৱা, হয়নে?

Ans. You don't drink milk, do you?

14. তুমি ভাত কিয় খোৱা?

Ans. Why do you eat rice?

15. তুমি স্কুললৈ কেতিয়া যোৱা?

Ans. When do you go to school?

16. তুমি স্কুললৈ কেনেকৈ যোৱা?

Ans. How do you go to school?

17. তুমি কাৰ লগত স্কুললৈ যোৱা?

Ans. Who do you go to school with?

18. তুমি কৰ পৰা আহা?

Ans. Where do you come from?

19. তুমি কত বাস কৰা?

Ans. Where do you live?

20. তুমি কৰ পৰা আহা?

Ans. Where do you come from?

21. তুমি ৰেডিঅ' শুনা, নহয়নে?

Ans. You listen to radio, don't you? 

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।