मंगलाचरणम् , संस्कृत, Class VI, SSN, Beltola, Guwahati, Assam-28

मंगलाचरणम्
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च द्रविणं त्वमेव,
त्वमेव सर्वं मम देवदेव ।।1।।

गुरुर्ब्रह्मा गुरुर्विष्णुः
गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म,
तस्मै श्री गुरवे नमः।।2।।

মঙ্গলাচৰণম্
ত্বমেৱ মাতা চ পিতা ত্বমেৱ,
ত্বমেৱ বন্ধুশ্চ সখা ত্বমেৱ।
ত্বমেৱ ৱিদ্যা দ্ৰৱিণং ত্বমেৱ,
ত্বমেৱ সৰ্ৱং মম দেৱদেৱ।।১।।

গুৰুৰ্ব্ৰহ্মা গুৰুৰ্ৱিষ্ণুঃ,
গুৰুৰ্দেৱো মহেশ্ৱৰঃ।
গুৰুঃ সাক্ষাত্ পৰব্ৰহ্ম,
তস্মৈ শ্ৰীগুৰৱে নমঃ।।

शब्दार्थः
त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,  माता - মা, মাতৃ, च - আৰু,  पिता - পিতৃ, দেউতা,  त्वम् - তুমি, एव - ই, নিশ্চিতকৈ
(অৰ্থ ঃ তুমিয়েই মা আৰু পিতা তুমিয়েই)
त्वमेव बन्धुश्च सखा त्वमेव।
त्वम् - তুমি, एव - ই, নিশ্চিতকৈ, बन्धुः - বন্ধু, च - আৰু, सखा - সখি, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,
(অৰ্থ ঃ তুমিয়েই বন্ধু আৰু সখাও তুমিয়েই)
त्वमेव विद्या च द्रविणं त्वमेव,
त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,  विद्या - মা, মাতৃ, च - আৰু,  द्रविणं - ধন, त्वम् - তুমি, एव - ই, নিশ্চিতকৈ
(অৰ্থ ঃ তুমিয়েই বিদ্যা আৰু তুমিয়েই ধন)
त्वमेव सर्वं मम देवदेव ।।1।।
त्वम् - তুমি, एव - ই, নিশ্চিতকৈ,सर्वं-সকলো, मम- মোৰ,  देवदेव - দেৱতাৰ ও দেৱতা ।
**********
गुरुः - গুৰু,
र्ब्रह्मा गुरुर्विष्णुः
गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म,
तस्मै श्री गुरवे नमः।।2।।



অসমীয়া অৰ্থ ঃ
আপুনিয়েই মা আৰুু আপুনিয়েই দেউতা,
আপুনিয়েই বন্ধু আৰুু আপুনিয়েই সখা,
আপুনিয়েই বিদ্যাআৰুু  আপুনিয়েই ধন
হে ভগৱান, আপুনিয়েই মোৰ সৰ্বেসৰ্বা।
हिन्दी अर्थ ः
आप ही माता हैं और आप ही पिता हैं,
आप ही बंधु हैं और आप ही सखा हैं,
आप ही विद्या है और आप ही धन हैं ,
हे देव आप मेरे सर्वेसर्वा हैं !
English Meaning :
You are the mother and are the father,
You are the brother and you are the friend!
O God! You are my surveyor!













Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী