ৰেখা আৰু কোণ, জ্যামিতি, সপ্তম শ্ৰেণী, শংকৰদেৱশিসশু নিকেতন, গুৱাহাটী।
1. ৰেখাখণ্ড কাক বোলে?
উ: - ৰেখাখণ্ড হ'ল সৰল ৰেখা এডালৰ এটা অংশ যাৰ দুটা প্ৰান্তবিন্দু থাকে।
ওপৰৰ চিত্ৰত AB এডাল ৰেখাখণ্ড। A আৰু B ইয়াৰ দুটা প্ৰান্তবিন্দু।
2. ৰশ্মি কাক বোলে?
উ: - ৰশ্মি হল সৰলেৰখাৰ এটা অংশ, যাৰ আদিিবন্দু আছে, কিন্তু কোনো অন্তিম বিন্দু নাই।
ওপৰৰ চিত্ৰত AB এডাল ৰশ্মি। A ইয়াৰ আদিবিন্দু।
Comments
Post a Comment
Thanks for your response.