ৰেখা আৰু কোণ, জ্যামিতি, সপ্তম শ্ৰেণী, শংকৰদেৱশিসশু নিকেতন, গুৱাহাটী।

1.   ৰেখাখণ্ড কাক বোলে?
উ: - ৰেখাখণ্ড হ'ল সৰল ৰেখা এডালৰ এটা অংশ যাৰ দুটা প্ৰান্তবিন্দু থাকে।

                 ওপৰৰ চিত্ৰত  AB এডাল ৰেখাখণ্ড। A আৰু B ইয়াৰ দুটা প্ৰান্তবিন্দু।

2.  ৰশ্মি কাক বোলে?

উ: - ৰশ্মি হল সৰলেৰখাৰ এটা অংশ, যাৰ আদিিবন্দু আছে, কিন্তু কোনো অন্তিম বিন্দু নাই।



            ওপৰৰ চিত্ৰত  AB এডাল ৰশ্মি। A ইয়াৰ আদিবিন্দু।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী