জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োগ কিয় দৰকাৰ?

জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োগ কিয় দৰকাৰ?

উঃ – আমি ভৰিৰ পতাৰ দৈৰ্ঘ্য, খোজৰ দৈৰ্ঘ্য, হাতৰ আঙুলিৰ প্ৰস্থ আদিৰ সহায়ত বিভিন্ন জোখ-মাখ ল'ব পাৰোঁ। কিন্তু, সকলোৰে ভৰিৰ পতাৰ দৈৰ্ঘ্য, খোজৰ দৈৰ্ঘ্য, হাতৰ আঙুলিৰ প্ৰস্থ আদিৰ জোখ একে নহয়। ফলত এনেদৰে লোৱা জোখ আসোঁৱাহপূৰ্ণ হয়। সেয়েহে আমি লোৱা জোখ-মাখ অধিক বিশ্বাসযোগ্য আৰু নিখুঁত কৰিবৰ বাবে প্ৰমাণ একক প্ৰয়োগ কৰা দৰকাৰ।


Comments

Popular posts from this blog

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি

ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ (দশম শ্ৰেণীৰ বাবে)