ভূপৃষ্ঠৰ সময় গণনা

পাঠ নং - 01
1. অক্ষাংশ কাক বােলে?
2. আৰু অক্ষাংশ কেনেকৈ নির্ণয় কৰা হয়?
3. দ্রাঘিমাংশ কাক বােলে?
4. দ্রাঘিমাংশ কেনেকৈ নির্ণয় কৰা হয়?
5. স্থানীয় সময় আৰু মান সময়ৰ সম্পর্ক কি?
6. দ্রাঘিমাংশৰ ভিত্তিত স্থানীয় সময় কিদৰে গণনা কৰিব পাৰি?
7. আন্তঃৰাষ্ট্রীয় সময়ৰেখা কি?

1. ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অৱস্থিতি জনাৰ বাবে কেই প্রকাৰৰ ৰেখাৰ সহায় লােৱা হয়? কি কি?
উঃ  ভূপৃষ্ঠৰ কোনাে এখন ঠাইৰ অবস্থিতি জনাৰ বাবে দুই প্রকাৰৰ ৰেখাৰ সহায় লােৱা হয়।
১) দ্রাঘিমা ৰেখা। আৰু
২) অক্ষ ৰেখা।
2. দ্রাঘিমা ৰেখা কাক বােলে?
উঃ পৃথিবীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী যিবােৰ অর্দ্ধবৃত্ত কল্পনা কৰা হয় সেইবােৰক দ্রাঘিমা ৰেখা বােলে।
3. অক্ষ ৰেখা কাক বােলে?
উঃ  দ্রাঘিমা বেখাবােৰক সমকোণত কটাকৈ পূবা-পশ্চিমাকৈ যিবােৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় সেইবােৰক অক্ষ ৰেখা বােলে।
4. খালী ঠাই পূৰ কৰা।
(ক) দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______।
উঃ  সমান
(খ)  দ্রাঘিমা বেখাবােৰৰ প্রতিডালৰ দৈর্ঘ্য ______।
উঃ   সমান নহয়।
(গ) অক্ষ ৰেখাবোৰ উত্তৰ আৰু দক্ষিণলৈ ক্ৰমে ______ হৈ হৈ মেৰু অঞ্চলত একোটা ______ হৈছেগৈ।
উঃ  চুটি; বিন্দু।
(ঘ) পৃথিৱীৰ একেবাৰে  ______ ত থকা ______ অক্ষৰেখাডাল আটাইতকৈ দীঘল
উঃ  মাজ ভাগ; 00
5. 00 অক্ষৰেখাডালৰ দৈৰ্ঘ্য কিমান?
উঃ 40,075 কিলোমিটাৰ (24,901 মাইল)।
6. উত্তৰ বা দক্ষিণ মেৰুত অক্ষৰেখাৰ মান  ______ 
উঃ  900 
7. কোনো ঠাইৰ অক্ষাংশ কাক বোলে?
উঃ কোনো এখন ঠাই বিষুৱ ৰেখাৰ লগত কিমান ডিগ্ৰী কোণ কৰি পৃথিৱীৰ উত্তৰ বা দক্ষিণে অৱস্থিত তাকে অক্ষাংশ বোলে। 
8.  প্ৰতি 10 ব্যৱধানত পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী মুঠ কিমানডাল কাল্পনিক অৰ্দ্ধবৃত্তাকাৰ দ্ৰাঘিমা ৰেখা আছে?
উঃ 360 ডাল।
9. ০ অক্ষৰেখাডালৰ দৈৰ্ঘ্য কিমান?
উঃ 4
10. ০ অক্ষৰেখাডালৰ দৈৰ্ঘ্য কিমান?
উঃ 4
11. ০ অক্ষৰেখাডালৰ দৈৰ্ঘ্য কিমান?
উঃ 4



Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam