Posts

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শি. বি.নি., বেলতলা, গুৱাহাটী (সত্যজিত্ শইকীয়া)।

Image
বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া। 1. খালী ঠাই পূৰ কৰাঁ।      কোনো পৰিবাহীত ________  ৰ একমুখী গতিৰ বাবেই বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়।   উত্তৰ -  আধানযুক্ত কণিকা 2. কোষ কি? উত্তৰ -  কোষ হৈছে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ পৰিণত কৰা সৰঞ্জাম। 3. বৰ্তনী চিত্ৰ (Circuit Diagram) কি? উত্তৰ -  কোনো বৰ্তনীৰ পৰিবাহী তাঁৰ আৰু ইয়াৰ লগত সংলগ্ন বিভিন্ন সৰঞ্জামবোৰৰ সংযোগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শন কৰা চিত্ৰকে বৰ্তনী চিত্ৰ বুলি কোৱা হয়। 4. বেটাৰী কাক বোলে? উত্তৰ -  অধিক পৰিমাণৰ বিদ্যুৎ পাবলৈ একাধিক বিদ্যুৎকোষ সংলগ্ন কৰি পোৱা ব্যৱস্থাকে বেটাৰী বোলে। 5. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া কি? উত্তৰ -  কোনো পৰিবাহীৰ মাজেৰে বিদ্যুত্ প্ৰবাহিত হলে ই পৰিবাহীডালত তাপৰো উৎপন্ন কৰে। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। 6. বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কি? উত্তৰ -  কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীডালৰ চাৰিওফালে এক চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়, যি আন চুম্বক বা চুম্বকীয় পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে। ইয়াকে ...

শব্দ, বিজ্ঞান, নবম শ্ৰেণী

Image
1. শব্দ কি? ইয়াক কেনেকৈ উ ৎপ ন্ন কৰা হয়? উত্তৰ - শব্দ এবিধ শক্তি। বায়ু বা আন মাধ্যমৰ মাজেৰে শ্ৰৱণযোগ্য যান্ত্ৰিক তৰংগ হিচাপে সঞ্চালন হোৱা কম্পনকে শব্দ বোলে। ই আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।          কম্পনশীল বস্তুৰ পৰা শব্দৰ  উ ৎপ ন্ন হয়। কম্পনশীল বস্তুৱে ইয়াৰ সংস্পৰ্শত থকা চাৰিওফালৰ বায়ু, পানী আদি মাধ্যমৰ কণাবোৰক কঁপাই তোলে, আৰু এই কঁপিনেয়ই পাছত আমাক শব্দ শ্ৰৱণৰ অনুভূতি দিয়ে। 2. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা  হয়? উত্তৰ -  অনুদৈৰ্ঘ্য তৰংগৰ ক্ষেত্ৰত  তৰংগটোৰ গতিৰ দিশৰ সমান্তৰালভাৱে  তৰংগটো সঞ্চালিত হোৱা মাধ্যমৰ কণিকাবোৰৰ  কম্পন ঘটে। শব্দ তৰংগ সঞ্চালিত হোৱা বায়ু, পানী আদি মাধ্যমৰ কণিকাবোৰৰ ক্ষেত্ৰতো এনে ঘটে। সেয়েহে  শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। 3. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰে একেলগে সৃষ্টি হয়। কিন্তু, বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয় ? উত্তৰ -  বায়ুমণ্ডলত পোহৰৰ দ্ৰুতি 3 × 10 8  মিঃ/ছেঃ। অৰ্থাৎ পোহৰে বায়ুমণ্ডলত প্ৰতি চেকেণ্ডত  3 × 10 8  মিটাৰ বেগেৰে গতি ...

The Felling of the Banyan Tree, A poem by Dilip Chitre from Class VII English textbook of SSNs of Assam

Some word meanings : Paragraph.1 ................. tell (ক) - told (কৈছিল) - told leave (এৰ্) - left (এৰিছিল) - left Tenants - A person who pays rent for the use of a room, building, land to the person who owns it. (ভেৰোণীয়াকৈ ঘৰ, মাটি লোৱা লোক।) My father told - মোৰ দেউতাই কৈছিল, the tenants - ভেৰোণীয়াকৈ ঘৰ, মাটি লোৱা লোকসকলক, to leave - এৰিবলৈ, who lived - যি বাস কৰিছিল, in the houses - ঘৰবিলাকত, surrounding our house - আমাৰ ঘৰটোক আগুৰি থকা, on the hill - পাহাৰৰ ওপৰত।      one by one - এটা এটাকৈ, the structures were demolished - ঘৰবিলাক ধ্বসং কৰা হৈছিল। only our own house remained - কেৱল আমাৰ ঘৰটো বাচিছিল, and the trees -  আৰু গছবিলাক।

অৰণ্য আমাৰ জীৱন ৰেখা, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. খালী ঠাই পূৰ কৰা। (ক) ______ পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে কাম কৰে। উত্তৰ - অৰণ্যই (খ) ______ হৈছে প্ৰকৃতিৰ সেউজীয়া হাওঁফাওঁ। উত্তৰ - অৰণ্য। 2. গভীৰ অৰণ্যত বাস কৰা কেইবিধমান প্ৰাণীৰ ন...

পানীৰ চাপ, বিজ্ঞান, পঞ্চম শ্ৰেণী,

1. পানীয়ে ________ দিশত‌ চাপ বা হেঁচা দিয়ে। উত্তৰ - সকলো 2. পানীৰ নিম্নচাপ‌ কাক‌ বোলে? উত্তৰ - পানীয়ে‌ তললৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলে। 3. পানীয়ে তললৈ হেঁচা দিয়ে বুলি এটা পৰ...

পোহৰ, সপ্তম শ্ৰেণী

1. আমি _______ ৰ সহায়ত _______ ৰে দেখা পাওঁ। উত্তৰ - পোহৰ; চকু। 2. পোহৰ কি? উত্তৰ - পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। ই এনে এক উদ্দীপনা, যি আমাৰ চকুত দৃষ্টিৰ অনুভূতি ‌জগায়। 3. দীপ্তিমান (Luminous) বস্ত...

Triangles, from NCERT Textbook, Class 10

    Two figures are said to be congruent, if they have the same shape and the same size.     .......     Two polygons of the same number of sides are similar if (i) their corresponding angles are equal and (ii) their corresponding sides are in the same ratio (or proportion).