পোহৰ, সপ্তম শ্ৰেণী

1. আমি _______ ৰ সহায়ত _______ ৰে দেখা পাওঁ।
উত্তৰ - পোহৰ; চকু।
2. পোহৰ কি?
উত্তৰ - পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। ই এনে এক উদ্দীপনা, যি আমাৰ চকুত দৃষ্টিৰ অনুভূতি ‌জগায়।
3. দীপ্তিমান (Luminous) বস্তু কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ - যিবোৰ বস্তুৱে‌ নিজে পোহৰ সৃষ্টি কৰে, আৰু সেইবোৰৰ পৰা অহা পোহৰ আমি প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰোঁ, তেনেবোৰ বস্তুকে দীপ্তিমান (Luminous) বস্তু বোলে।
     উদাহৰণস্বৰূপে - সূৰ্য নক্ষত্ৰ, বিজুলী চাকি আদি।
4. দীপ্তিহীন (Luminous) বস্তু কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ - যিবোৰ বস্তুৱে‌ নিজে পোহৰ সৃষ্টি কৰিব, তেনেবোৰ বস্তুকে দীপ্তিহীন (Non-luminous) বস্তু বোলে।
     উদাহৰণস্বৰূপে - চন্দ্ৰ, গ্ৰহ, কিতাপ , কলম, আদি।
5. আমি কোনো বস্তু কেতিয়া দেখা পাওঁ?
উত্তৰ - কোনো বস্তুত প্ৰতিফলিত হৈ অহা পোহৰ আমাৰ চকুত সোমালে আমি বস্তুটো দেখা পাওঁ।
6. পোহৰে _______ ৰেখাত গতি কৰে।
উত্তৰ- সৰল
7. পোহৰৰ সৰলৰৈখিক গতি বুলিলে কি বুজি
উত্তৰ - পোহৰে সৰলৰেখাত গতি কৰে। ইয়াকে পোহৰৰ সৰলৰৈখিক গতি বুলি কোৱা হয়।
8. স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তুৰ দুটাকৈ উদাহৰণ দিয়া।
উত্তৰ - স্বচ্ছ বস্তুৰ উদাহৰণ - কাচ, বায়ু।
অস্বচ্ছ বস্তুৰ উদাহৰণ - কাঠ, লো। আৰু,
ঈষৎ স্বচ্ছ বস্তুৰ উদাহৰণ - তেল সনা কাগজ, ...।
9.
10.
11.
12.
13.
14.
15.
16.
18.
19.
20.

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

DMIT Report কি?

"Kamala" by Vijay Tendulkar