Posts

प्रयागः , पञ्चदशः पाठः , षष्ठी-कक्षा , प्रश्नोत्तराणि , असमीया अर्थ सहितम्

Image
  भारतवर्षस्य  – ভাৰতবৰ্ষৰ उत्तरपदेशराज्ये – উত্তৰ প্ৰদেশ ৰাজ্যত प्रयागनामकं – প্ৰয়াগ নামৰ   नगरम् अस्ति – নগৰ আছে (আছিল) । सृष्टिकर्ता ब्रह्मा – সৃষ্টিকৰ্তা ব্ৰহ্মাই   अत्र – ইয়াত प्रकृष्टं – প্ৰকৃষ্ট / যথেষ্ট यज्ञम् – যজ্ঞ अकरोत् – কৰিছিল। अस्मात् कारणात् – এই কাৰণে अस्य नाम – ইয়াৰ নাম प्रयागः अभवत् – প্ৰয়াগ হ ’ ল । एषः – এইখনক / ইয়াক तीर्थराजः अपि – তীৰ্থৰাজ বুলিও कथ्यते – কোৱা হয়। अत्र – ইয়াত गंगा-यमुना-सरस्वत्याः – গংগা-যমুনা আৰু সৰস্বতীৰ संगमः अस्ति – সংগমস্থল আছে। अमावस्यां – অমাবস্যাত पौर्णमास्यां – পুৰ্ণিমাত , संक्रान्तौ च – আৰু সংক্ৰান্তিত बहवः जनाः – বহু লোক स्नानार्थम् – স্নান কৰিবলৈ (গা ধুবলৈ) अत्र आगच्छन्ति – ইয়ালৈ আহে। संगमे स्नानं – সংগমস্থলত গা ধোৱাটো महत् पुण्यकरं – বহু পুণ্যকাৰী भवति – হয় । माघमासे अत्र – মাঘ মাহত ইয়ালৈ लक्षाधिकाः जनाः – লক্ষাধিক লোক आगच्छन्ति – আহে, मासपर्यन्तम् ते – এমাহ ধৰি তেওঁলোকে कल्पवासं कुर्वन्ति – কল্পবাস কৰে (সংগমস্থলৰ পাৰত বাস কৰি বেদৰ অধ্যয়ন আৰু ধ্যান কৰে) , प्रतिदिनं सायं काले – প্...

Issues of learning English in a multi-lingual/multi-cultural society.

Image
  Q. Issues of learning English in a multi-lingual/multi-cultural society. Ans. A multilingual/multicultural society  is one with a mix of people from various cultural groups that speak different languages. In a multi-lingual/multi-cultural country like India, where very few people speak English as their mother tongue, and the majority of the people learn English as their second or third language, there exists certain issues in learning the language i.e. English. Some of such issues are as follows.     i. In a class for learning a second language, a teacher has to choose materials that match the linguistic and cognitive levels of children. Serious problems may arise, If children do not understand the basic meaning of the text they are studying. They may loose interest in learning the language because of hard vocabulary or grammar. Preparing materials that may meet such issues itself becomes very much challenging for a teacher in a classroom of a multilingual/multi-cu...

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Image
 1. দেশৰ চাৰি ধামৰ নাম কি কি? উত্তৰ - দেশৰ চাৰিধামৰ নাম হ'ল - বদ্ৰীনাথ, জগন্নাথ, ৰামেশ্বৰম আৰু দ্বাৰকা। 2. সাতখন পুৰীৰ নাম কি কি? উত্তৰ - সাতখন পুৰীৰ নাম হ'ল - অযোধ্যা, মথুৰা, মায়া, কাশী, কাঁঞ্চী, অৱন্তিকা, দ্বাৰকা। 3. 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ কি? উত্তৰ - 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ হ'ল  - সত্যৰেই জয় হয়। 4. 'সত্যমেৱ জয়তে' এই মহাবাণী ক'ৰ পৰা লোৱা হৈছে? উত্তৰ - 'মুণ্ডক উপনিষদ'ৰ পৰা লোৱা হৈছে। 5. শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক গৰাকীৰ নাম কি? উত্তৰ - কুলেন্দ্ৰ কুমাৰ ভাগৱতী। 6. শিশু শিক্ষা সমিতি, অসমৰ সভাপতি গৰাকীৰ নাম কি? উত্তৰ - ড০ দিব্যজ্যোতি মহন্ত। 7. শিশু শিক্ষা সমিতি, অসমৰ গুৱাহাটী সংকুলৰ মুঠ নিকেতনৰ সংখ্যা কিমান? উত্তৰ - 15 খন

প্ৰাকৃতিক দুৰ্যোগ , বিজ্ঞান , পঞ্চম শ্ৰেণী

Image
বায়ুৰ ধৰ্ম পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা -    49/50 1. প্ৰাকৃতিক দুযোৰ্গ কাক বোলে? উদাহৰণ দিযাঁ৷  উত্তৰ - হঠাতে প্ৰাকৃতিকভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰকে প্ৰাকৃতিক দুযোৰ্গ বোলে৷  যেনে - বানপানী, ধুমুহা, ভূমিকম্প, খৰাং আদি৷  বানপানী কি?  উত্তৰ - চাৰিওদিশে ঠাইবোৰ পানীৰে বুৰাই পেলোৱাকে বানপানী বুলি কোৱা হয়৷  2.   বানপানীৰ কেইটামান কাৰণ লিখাঁ৷  উত্তৰ - বানপানীৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ -      (i) অত্যধিক বৰষুণৰ বাবে নদীৰ পানী ওপৰলৈ উঠি অহাৰ ফলত বানপানী হ’ব পাৰে৷       (ii) কেতিয়াবা নদীৰ কোনো অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানী হয়৷      (iii)  অত্যধিক উষ্ণতা বৃদ্ধিৰ ফলত পবৰ্তৰ বৰফ গলি বানপানীৰ সৃষ্টি হয়৷       (iv)  কেতিয়াবা নদীৰ বান্ধ ভাগিও বানপানীৰ সৃষ্টি হয়৷  4. বানপানীৰ কেইটামান কুফল লিখাঁ৷   উত্তৰ - বানপানীৰ কেইটামান কুফল তলত দিয়া হ’ল -      (i)  বানপানীৰ ফলত জন-জীৱন বিপৰ্যস্ত হয়৷    ...

মাটি , সপ্তম শ্ৰেণী

Image
মাটি , সপ্তম শ্ৰেণী  1. মাটি কি?  উঃ মাটি হ’ল জীৱনৰ আধাৰ, উৎস আৰু আশ্ৰয়স্থল৷ ই হ’ল শিল ভাগি সৃষ্টি হোৱা সৰু সৰু কণিকা আৰু হিউমাছৰ মিশ্ৰণ৷ 2. মাটি কিহেৰে গঠিত?  উঃ মাটি বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ [সজীৱ আৰু মৃত জীৱ], খনিজ লৱণ আৰু পোষক দ্ৰব্যৰ সমন্বয়ত গঠিত৷  3. খালী ঠাই পূৰ কৰা - (ক) আমাৰ ________ গভীৰভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল৷  উঃ জীৱন (খ) মাটি বহুতো জীৱৰ  ________ ৷  উঃ আবাসস্থল (গ) উদ্ভিদৰ বৃদ্ধি  ________  ৰ সহায়ত হয়৷  উঃ মাটি (ঘ) কৃষিৰ বাবে  ________  ৰ আৱশ্যক৷  উঃ মাটি 4. কৃষিয়ে আমাক কেনেদৰে সুবিধা প্ৰদান কৰে?  উঃ কৃষিয়ে আমাক অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷  5. মাটিক কিয় আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে?  উঃ কৃষিয়ে আমাক সকলোকে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷ পিছে এই কৃষি কৰিবলৈ আমাক মাটিৰ আৱশ্যক৷ সেয়েহে, মাটিক আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে৷  6. হিউমাছ কি?  উঃ মাটিত থকা মৃত বিয়োজিত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়৷  7. ...

Basic Sentence Patterns in English (With A little explanation in Assamese)

Image
Basic Sentence Patterns in English 1. S + V 2. S + V + O 3. S + V  + O + O 4. S + V + C 5. S + V + O + C * S + V   Examples He plays. I eat. He runs. She sleeps. She reads. They Travel. Sachin Tendulkar walks. * S + V + O   Examples I eat rice. I play football. I play cricket. I write a letter. We sing a song. We sing songs. Manish Malhotra designs lots of fashionable cloths. The boy sings a song. He plays basketball. You draw a picture. I write letter. Raj eats lots of fast foods. We read story books. He plays cricket. I write a letter. He goes school. I go to school. He eats fruits. S + V  + O + O He gave me a book. I gave her a flower. *  S + V + C  Examples I am a student. I am a girl. He is a player. He is an architect. He is a teacher. I am a teacher She is a singer . I am an artist. She is a great teacher. He is a doctor I am a dancer. Siraj Singha is a good chef. Jayanta Malla Barua is a politician. She is a good dancer. I am a singer We p...

Noun , Pronoun , Subject , Verb , Object ইত্যাদি।

Image
Q. What is noun? Ans. Noun is the name of anything. Q. Noun ক অসমীয়াত ___ বুলি কোৱা হয়। Ans. নামপদ, বিশেষ্যপদ বা সংজ্ঞাপদ Q. কেইটামান Noun ৰ উদাহৰণ দিয়াঁ। Ans. Ram, Madhu, Jadu, Bishal, Sudarshan, Barnam, Sita, Bandita, Kritishikha, Ghana Shyam, car, book, pen, pencil,  Q. Pronoun ক অসমীয়াত কি বুলি কোৱা হয়? Ans. সৰ্বনাম। Q. কেইটামান pronoun ৰ উদাহৰণ দিয়াঁ। Ans. কেইটামান pronoun ৰ উদাহৰণ হ’ল - I, we, you, you, he, she, it, they আদি। Q. Subject বা কৰ্তা কি? Ans. সাধাৰণতে কোনো বাক্যত যি ব্যক্তি বা বস্তুৰ বিষয়ে কোৱা হয়, তাকে উদ্দেশ্য বা কৰ্তা ইংৰাজীত subject বুলি কোৱা হয়। উদাহৰণস্বৰূপে, The flower is beautiful. এই বাক্যত ফুলপাহ (The flower) বিষয়ে কোৱা হৈছে। গতিকে The flower হ’ব উদ্দেশ্য বা subject. সাধাৰণতে কৰ্তা শব্দৰ অৰ্থ হ'ল কৰোঁতা। অৰ্থাত্ যি কৰে, সি কৰ্তা। The flower is beautiful বাক্যটোত ফুলপাহে একো কৰা নাই। ইয়াত কেৱল ফুলপাহ ধুনীয়া বুলিহে উল্লেখ কৰা হৈছে। গতিকে ই উদ্দেশ্য যদিও কৰ্তা নহয়। The hunter killed the tiger. ইয়াত বাঘটো (The hunter) ৰ বিষয়ে কোৱা হৈছে। গতিকে The hunter ...