সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ



 1. দেশৰ চাৰি ধামৰ নাম কি কি?

উত্তৰ - দেশৰ চাৰিধামৰ নাম হ'ল - বদ্ৰীনাথ, জগন্নাথ, ৰামেশ্বৰম আৰু দ্বাৰকা।

2. সাতখন পুৰীৰ নাম কি কি?

উত্তৰ - সাতখন পুৰীৰ নাম হ'ল - অযোধ্যা, মথুৰা, মায়া, কাশী, কাঁঞ্চী, অৱন্তিকা, দ্বাৰকা।

3. 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ কি?

উত্তৰ - 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ হ'ল  - সত্যৰেই জয় হয়।

4. 'সত্যমেৱ জয়তে' এই মহাবাণী ক'ৰ পৰা লোৱা হৈছে?

উত্তৰ - 'মুণ্ডক উপনিষদ'ৰ পৰা লোৱা হৈছে।

5. শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক গৰাকীৰ নাম কি?

উত্তৰ - কুলেন্দ্ৰ কুমাৰ ভাগৱতী।

6. শিশু শিক্ষা সমিতি, অসমৰ সভাপতি গৰাকীৰ নাম কি?

উত্তৰ - ড০ দিব্যজ্যোতি মহন্ত।

7. শিশু শিক্ষা সমিতি, অসমৰ গুৱাহাটী সংকুলৰ মুঠ নিকেতনৰ সংখ্যা কিমান?

উত্তৰ - 15 খন

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী