Posts

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam

  Where The Mind is Without Fear      আমাৰ দেশত ইংৰাজে শাসন কৰাৰ সময়ত এই কবিতাটো লিখা হৈছিল। আমি তেতিয়া বিদেশী শক্তিৰ দাসত্বত বন্দী হৈ আছিলোঁ। মহান ভাৰতীয় জাতীয়তাবাদী আৰু দূৰদৰ্শী ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰে কামনা কৰিছিল ভাৰতৰ জনতা স্বাধীনতাৰ এক উজ্জ্বল প্ৰভাতৰ বাবে জাগ্ৰত হওক – এই স্বাধীনতা হওক দাসত্ব আৰু মানসিক শিকলিৰ পৰা স্বাধীনতা।      কবিতাটো এবাৰ উচ্চস্বৰে পঢ়া। তাৰ পিছত মনে মনে পঢ়া। পাৰিলে কবিতাটো মুখস্থ কৰি লোৱাঁ। Where The Mind is Without Fear Where the mind is without fear and the head is held high; Where knowledge is free; Where the world has not been broken up into fragments By narrow domestic walls; Where words come out from the depth of truth; Where tireless striving stretches its arms towards perfection; Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;. Where the mind is led forward by thee into ever-widening thought and action Into that heaven of freedom, my father, let...

মৌল, যৌগ আৰু মিশ্ৰ , বিজ্ঞান, 9ম অধ্যায় , ষষ্ঠ শ্ৰেণী , শংকৰদেৱ শিশু নিকেতন

  অধ্যায় – 9 মৌল, যৌগ আৰু মিশ্ৰ ১। পদার্থ কাক বোলে ? উত্তৰ – বস্তুবোৰ যিহেৰে গঠিত তাকে পদাৰ্থ বোলে। ২। পদাৰ্থৰ শ্ৰেণীবিভাজন কৰা ? উত্তৰ – পদাৰ্থবোৰ তিনি প্ৰকাৰৰ –     (i) কঠিন বা গোটা পদাৰ্থ।     (ii) তৰল বা জুলীয়া পদাৰ্থ আৰু     (iii) গেছীয় পদাৰ্থ। ৩। মৌল আৰু যৌগ কাক বোলে ? উত্তৰ – যিবিলাক পদাৰ্থ ভাঙিলে একে জাতীয় অণু বা পৰমাণু পোৱা যায়, তেনেবিলাক পদাৰ্থকে মৌল বোলে।        যেনে – লো     মৌলবোৰ নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে লগ লাগি নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে।        যেনে - পানী ৪। পাৰ্থক্য দেখুওৱাঁ : ক) মৌল আৰু যৌগ উত্তৰ - মৌল যৌগ (ক)মৌলবোৰ ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায়। (ক)যৌগবোৰ ভাঙিলে দুই বা ততোধিক মৌল পোৱা যায়। (খ)মৌলবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিব নোৱাৰি। (খ)যৌগবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিলে ইয়াৰ উপাদান মৌলবোৰ পোৱা যায়।   খ) ...

प्रयागः , पञ्चदशः पाठः , षष्ठी-कक्षा , प्रश्नोत्तराणि , असमीया अर्थ सहितम्

Image
  भारतवर्षस्य  – ভাৰতবৰ্ষৰ उत्तरपदेशराज्ये – উত্তৰ প্ৰদেশ ৰাজ্যত प्रयागनामकं – প্ৰয়াগ নামৰ   नगरम् अस्ति – নগৰ আছে (আছিল) । सृष्टिकर्ता ब्रह्मा – সৃষ্টিকৰ্তা ব্ৰহ্মাই   अत्र – ইয়াত प्रकृष्टं – প্ৰকৃষ্ট / যথেষ্ট यज्ञम् – যজ্ঞ अकरोत् – কৰিছিল। अस्मात् कारणात् – এই কাৰণে अस्य नाम – ইয়াৰ নাম प्रयागः अभवत् – প্ৰয়াগ হ ’ ল । एषः – এইখনক / ইয়াক तीर्थराजः अपि – তীৰ্থৰাজ বুলিও कथ्यते – কোৱা হয়। अत्र – ইয়াত गंगा-यमुना-सरस्वत्याः – গংগা-যমুনা আৰু সৰস্বতীৰ संगमः अस्ति – সংগমস্থল আছে। अमावस्यां – অমাবস্যাত पौर्णमास्यां – পুৰ্ণিমাত , संक्रान्तौ च – আৰু সংক্ৰান্তিত बहवः जनाः – বহু লোক स्नानार्थम् – স্নান কৰিবলৈ (গা ধুবলৈ) अत्र आगच्छन्ति – ইয়ালৈ আহে। संगमे स्नानं – সংগমস্থলত গা ধোৱাটো महत् पुण्यकरं – বহু পুণ্যকাৰী भवति – হয় । माघमासे अत्र – মাঘ মাহত ইয়ালৈ लक्षाधिकाः जनाः – লক্ষাধিক লোক आगच्छन्ति – আহে, मासपर्यन्तम् ते – এমাহ ধৰি তেওঁলোকে कल्पवासं कुर्वन्ति – কল্পবাস কৰে (সংগমস্থলৰ পাৰত বাস কৰি বেদৰ অধ্যয়ন আৰু ধ্যান কৰে) , प्रतिदिनं सायं काले – প্...