সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ
1. দেশৰ চাৰি ধামৰ নাম কি কি? উত্তৰ - দেশৰ চাৰিধামৰ নাম হ'ল - বদ্ৰীনাথ, জগন্নাথ, ৰামেশ্বৰম আৰু দ্বাৰকা। 2. সাতখন পুৰীৰ নাম কি কি? উত্তৰ - সাতখন পুৰীৰ নাম হ'ল - অযোধ্যা, মথুৰা, মায়া, কাশী, কাঁঞ্চী, অৱন্তিকা, দ্বাৰকা। 3. 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ কি? উত্তৰ - 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ হ'ল - সত্যৰেই জয় হয়। 4. 'সত্যমেৱ জয়তে' এই মহাবাণী ক'ৰ পৰা লোৱা হৈছে? উত্তৰ - 'মুণ্ডক উপনিষদ'ৰ পৰা লোৱা হৈছে। 5. শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক গৰাকীৰ নাম কি? উত্তৰ - কুলেন্দ্ৰ কুমাৰ ভাগৱতী। 6. শিশু শিক্ষা সমিতি, অসমৰ সভাপতি গৰাকীৰ নাম কি? উত্তৰ - ড০ দিব্যজ্যোতি মহন্ত। 7. শিশু শিক্ষা সমিতি, অসমৰ গুৱাহাটী সংকুলৰ মুঠ নিকেতনৰ সংখ্যা কিমান? উত্তৰ - 15 খন