Assamese to English Translations, Part - 2

Translations

(Assamese to English, Part-2) 



1. মোৰ দুখন কিতাপ আছে।

Ans. I have two books.

2. মোৰ বেগত দুটা কলম আছে

Ans. I have two pens in my bag.

3. মোৰ এটা বেগ আছে

Ans. I have a bag.

4. মোৰ ঘৰত দুটা কুকুৰ আছে |

Ans. I have two dogs in my house.

5. আমাৰ ফুলনিত নানা ফুল আছে।

Ans. There are various flowers in our garden.

6. মোৰ দুজন ভিনদেউ আছে।

Ans. I have two brother in laws.

7. তাইৰ এটা ছাতি আছে ।

Ans. She has an umbrella.

8. মোৰ হাতত দুপাহ ফুল আছে |

Ans. I have two flowers in my hand.

9. মোৰ হাতত এটা ফুটবল আছে

Ans. I have a football in my hand.

10. আমাৰ নিকেতনত এখন খেলপথাৰ আছে।

Ans. We have a playground in our niketan.

11. তেওঁলোকৰ ঘৰত বহুতো কটাৰী আছে।

Ans. They have many knives in their home,.

12. মোৰ দুটা মোবাইল ফোন আছিল,

Ans. I had two mobile phones but , I have just one mobile phone now.

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী