Posts

Brahmaputra - Is it a boon or a curse for Assam?

  The  Brahmaputra , the ninth largest river in the world by   discharge, and the 15th longest is also called  Siang River  in Arunachal Pradesh and  Luit  in Assam.        Brahmaputra means "son of Brahma" in Sanskrit ( putra  means "son"). It’s a a trans-boundary river which flows through Tibet, India and Bangladesh. About 4,696 km  long, the Brahmaputra is an important river for irrigation and transportation in the region. The lives of many people of Assam are dependent on the Brahmaputra river. Its delta is home to 130 million people and 600,000 people live on its bank. These people rely on the annual 'normal' flood to bring moisture and fresh sediments to the floodplain soils, hence providing the necessities for agricultural and marine farming. Most of the seasonal rice varieties   cannot survive without the floodwater. Furthermore, the fish caught both on the floodplain during f...

বাস্তব্যবিদ্যা কাক বোলে?

উত্তৰ – জীৱবিজ্ঞানৰ যিটো শাখাত জীৱবোৰ যি বসতিত বাস কৰে, তাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত জীৱিত জীৱবোৰৰ সম্পৰ্ক আৰু আন্তঃক্ৰিয়া তথা সেই বসতিত বাস কৰা আন আন জীৱিত জীৱবোৰৰ পৰস্পৰৰ লগত প্ৰতিষ্ঠিত সম্পৰ্ক সম্বন্ধে অধ্যয়ন কৰা হয়, তাকে বাস্তব্যবিদ্যা বুলি কোৱা হয়। Ecology is the branch of biology dealing with the relations and interactions between organisms and their environment, including other organisms, the set of relationships existing between organisms and their environment.

1 ৰ পৰা n লৈ n টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান?

Image
উত্তৰ - ইয়াৰ পিছতো কোনো নুবুজা থাকিলে কমেন্ট কৰি জনাব। এডিট কৰি পুনৰ বুজাবলৈ চেষ্টা কৰিম। সত্যজিত্ অংকত চোকা হ'বৰ বাবে ক্লিক কৰক - https://www.youtube.com/watch?v=oSz7Zwlpxjw&list=PLMVQEYK912fudUEb5rfvTr51GeWk7e4TJ

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

Image
                              আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা –   59 1. _____ এ আমাৰ শৰীৰৰ আকৃতি দিয়ে। উঃ - হাড়ে 2.   অংগ তন্ত্ৰ কাক বোলে ? উঃ - আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য সম্পাদন কৰা অংগৰ গোটক অংগ তন্ত্ৰ বোলে। 3.   পাচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱৰ দেহত খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহক একেলগে পাচন তন্ত্ৰ বোলে। 4.   শ্বসনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ শ্বসন কাৰ্যৰ লগত জড়িত অংগবোৰক একেলগে শ্বসন তন্ত্ৰ বোলে। 5.    ৰেচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰা অংগবোৰক একেলগে ৰেচনতন্ত্ৰ তন্ত্ৰ বোলে। 6.   ৰক্ত পৰিবহন তন্ত্ৰ কাক বোলে ? উঃ – শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰাত সহায় কৰা অংগতন্ত্ৰক একেলগে ৰক্ত পৰিবহ ণ তন্ত্ৰ বোলে।   পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 60   7. পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ কি কি ? উঃ   - পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ...

Q. What is the SI unit of resistivity?

Ans. Ohm metre

On what factors does the resistance of a conductor depend?

Ans. The factors on which the resistance of a conductor depend are - (i) The length of the conductor. (ii) The cross-sectional area of the conductor (iii) The temperature of the conductor. (iv) The nature of the material of the conductor.