বাস্তব্যবিদ্যা কাক বোলে?


উত্তৰ – জীৱবিজ্ঞানৰ যিটো শাখাত জীৱবোৰ যি বসতিত বাস কৰে, তাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত জীৱিত জীৱবোৰৰ সম্পৰ্ক আৰু আন্তঃক্ৰিয়া তথা সেই বসতিত বাস কৰা আন আন জীৱিত জীৱবোৰৰ পৰস্পৰৰ লগত প্ৰতিষ্ঠিত সম্পৰ্ক সম্বন্ধে অধ্যয়ন কৰা হয়, তাকে বাস্তব্যবিদ্যা বুলি কোৱা হয়।
Ecology is the branch of biology dealing with the relations and interactions between organisms and their environment, including other organisms, the set of relationships existing between organisms and their environment.

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী