Posts

ভগ্নাংশৰ ধাৰণা, গণিত, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডি.টি.পি. সত্যজিত্ শইকীয়াৰ)

Image
1. ভগ্নাংশ কি? উদাহৰণ দি বুজোৱা। উত্তৰ - ভগ্নাংশ শব্দৰ অৰ্থ - ভগা (ভগ্ন) টুকুৰা (অংশ)। অৰ্থাত্, কোনো বস্তুক সৰু সৰু ভাগত ভাগ কৰি তাৰে কোনো অংশক ভগ্নাংশ বুলি কোৱা হয়।             উদাহৰণস্বৰূপে ধৰা হওক আপেল এটাৰ চাৰি ভাগ কৰা হ'ল। ইয়াৰে এটা অংশ, দুটা অংশ, তিনিটা অংশ আদি কৰি আমি বহুকেইটা ভগ্নাংশ পাম। ইহঁতক তলত দিয়াৰ দৰে লিখা হয় - 2. ভগ্নাংশ এটা কিদৰে লিখা হয়? উদাহৰণ দি বুজোৱা। উত্তৰ - আমি জানো যে  কোনো বস্তুক সৰু সৰু ভাগত ভাগ কৰিলে তাৰে কোনো অংশক ভগ্নাংশ বুলি কোৱা হয়। বস্তুটোক যিমান ভাগত ভাগ কৰা হয়, তাক বুজোৱা সংখ্যাটোক এডাল উপযুক্ত দৈৰ্ঘ্যৰ পথালি ৰেখাখণ্ডৰ তলত আৰু ভাগসমূহৰ যিমান ভাগ লোৱা হয়, তাক বুজোৱা সংখ্যাটোক ৰেখাখণ্ডডালৰ ওপৰত লিখিলে ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয়।              উদাহৰণস্বৰূপে আপেল এটাৰ পাঁচ ভাগ কৰি তাৰে এক ভাগ ল'লে  5  সংখ্যাটোক এডাল উপযুক্ত দৈৰ্ঘ্যৰ পথালি ৰেখাখণ্ডৰ তলত আৰু  1  সংখ্যাটোক ৰেখাখণ্ডডালৰ ওপৰত লিখিলে ভগ্নাংশ হিচাপে প্ৰকাশ কৰা হয়। ঠিক তলত দিয়াৰ দৰে - 3. ভগ্না...

কাৰ্য আৰু শক্তি, বিজ্ঞান, নবম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 147 1. কাৰ্য সম্পাদন হ'বৰ বাবে কি কি চৰ্ত পূৰণ হ'ব লাগিব? উত্তৰ - কাৰ্য সম্পাদন হ'বৰ বাবে পূৰণ হ'ব লগীয়া চৰ্ত  দুটা হ'ল - (ক) কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ হ'ব লাগিব। আৰু (খ) প্ৰযুক্ত বলৰ প্ৰভাৱত বস্তুটোৰ সৰণ হ'ব লাগিব। 1. কাৰ্য সম্পাদনৰ বাবে কি কি চৰ্ত পূৰণ হ'ব লাগিব? উত্তৰ - 1. কাৰ্য সম্পাদনৰ বাবে কি কি চৰ্ত পূৰণ হ'ব লাগিব? উত্তৰ -

উদ্ভিদৰ পৰিবহণ তন্ত্ৰ, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী। (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিত শইকীয়াৰ)।

Image
                                                           পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা -  112 1. জীয়াই থাকিবলৈ সকলো জীৱৰে _______ বা _______ প্ৰয়োজন। উত্তৰ -  খাদ্য; আহাৰ  2. _______ ৰ পৰাই জীৱই শক্তি পায়। উত্তৰ - আহাৰ 3. সালোক সংশ্লেষণ কাক বোলে? ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা। উত্তৰ - যি প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে পাতত থকা পত্ৰহৰিৎ বা ক্ল'ৰ'ফিল আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুমণ্ডলৰ পৰা শোষণ কৰা কাৰ্বন ডাই-অক্সাইড আৰু মাটিৰ পৰা শোষণ কৰা পানীৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি লয়, তাকে সালোক-সংশ্লেষণ বোলে।        ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ল -  6CO 2 + 12H 2 O  g C 6 H 12 O 6  + 6O 2  + 6H 2 O 4. উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ হয়? উত্তৰ - উদ্ভিদৰ সেউজীয়া অংশ প্ৰধানকৈ পাতত সালোক সংশ্লেষণ হয়। 5. মূলৰোম কাক বোলে? উত্তৰ - ...

পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ, বিজ্ঞান, পঞ্চম শ্ৰেণী (শংকৰদেৱ শিশু নিকেতন, বিদ্যা ভাৰতী,অসম)

1. প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰ - প্ৰকৃতিত পোৱা বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰকে প্ৰাকৃতিক সম্পদ বোলে। 1. এনে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। উত্তৰ - মাটি, পানী, বায়ু, সূৰ্যৰ তাপ আৰু পোহৰ হ'ল এনে কেইবিধমান প্ৰাকৃতিক সম্পদ, যাৰ অৱিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। 1. মাটি কিদৰে সৃষ্টি হয়?... উত্তৰ -  জীৱ-জন্তু মৰি, গজ-গছনি পচি, ধুলি, বালি, শিল আদিৰ লগত মিহলি হৈ মাটি সৃষ্টি হয়। 1. শস্যৰ উৎপাদন মাটিৰ ______ ৰ ওপৰত নিৰ্ভৰ কৰে উত্তৰ -  গুণাগুণ। 1. প উত্তৰ -  1. প উত্তৰ -  1. প উত্তৰ -  ১. মাটিৰ কেইটামান ব্যৱহাৰ লিখা। উত্তৰ - মাটিৰ কেইটামান ব্যৱহাৰ তলত দিয়া ধৰণৰ - (ক) মাটিৰ ওপৰতেই ঘৰ-দুৱাৰ সজা হয়। (খ) মাটিত গছ-গছনি, ফুল-ফল আদিৰ পুলি ৰুই সেইবোৰৰ ফচল ব্যৱহাৰ কৰা হয়। (গ) মাটি বিভিন্ন জীৱ-জন্তুৰ আবাসস্থল। ২.  মাটি সংৰক্ষণৰ প্ৰধান উপায় কি? উত্তৰ -  মাটি সংৰক্ষণৰ প্ৰধান উপায় হ'ল বৃক্ষৰোপণ কৰা। ৩.  পৃথিৱীৰ উপৰি ভাগৰ শতকৰা কিমান ভাগ পানী? উত...

CTET Guidlines 2019

Please clickthefollowing linktoknowabout the guidlines of CTET https://ctet.nic.in/CMS/Handler/FileHandler.ashx?i=File&ii=156&iii=Y

দেউতাকে তেওঁৰ সম্পত্তিৰ পাঁচ ভাগৰ দুই অংশ ৰহিমক, তিনি ভাগৰ এক অংশ কৰিমক আৰু বাকী পোন্ধৰ ভাগৰ চাৰি অংশ চালেমাক দিলে। কোনজনে বেছি সম্পত্তি পালে?

Image

20 কিঃ মিঃ দৈৰ্ঘ্যৰ ৰাস্তা এটাৰ অচ্যুতে পাঁচভাগৰ দুই অংশ চাইকেলেৰে আৰু পাঁচভাগৰ তিনি অংশ খোজ কাঢ়ি গ'ল। তেওঁ কিহেৰে বেছি গ'ল?।

Image