এটা চৌবাচ্চাত দুডাল নলী আছে। প্ৰথম নলীডালে 20 মিনিট আৰু দ্বিতীয় নলীডালে 30 মিনিটত খালী চৌবাচ্চাটো পূৰ কৰিব পাৰে। দুয়োডাল নলীয়ে একেলগে কিমান সময়ত খালী চৌবাচ্চাটো পানীৰে পূৰ কৰিব পাৰিব?
ঐকিক প্ৰণালী
অনুশীলনী - 15(D)
প্ৰশ্নঃ - এটা চৌবাচ্চাত দুডাল নলী আছে। প্ৰথম নলীডালে 20 মিনিট আৰু দ্বিতীয় নলীডালে 30 মিনিটত খালী চৌবাচ্চাটো পূৰ কৰিব পাৰে। দুয়োডাল নলীয়ে একেলগে কিমান সময়ত খালী চৌবাচ্চাটো পানীৰে পূৰ কৰিব পাৰিব?
সমাধানঃ
Comments
Post a Comment
Thanks for your response.