গতি, সপ্তম শ্ৰেণী

1. পৰ্যাবৃত্ত গতি কাক বোলে?
উত্তৰ - সমান সময়ৰ অন্তৰালত কোনো গতিৰ পুনৰাবৃত্তি ঘটিলে সেই গতিকে পৰ্যাবৃত্ত গতি বোলে।
2. দোলায়িত গতি বা দোলনশীল গতি কাক বোলে? এনে গতিৰ কেইটামান উদাহৰণ দিয়াঁ।
উত্তৰ - পৰ্যাবৃত্ত গতিত থকা বস্তু এটাই একে পথেদি অগা-পিছা কৰি থাকিলে তাৰ গতিক দোলায়িত গতি বা দোলনশীল গতি বোলে।
    এনে গতিৰ কেইটামান উদাহৰণ হ'ল - ঝুলনাৰ গতি, ভায়েলিনৰ তাঁৰৰ কম্পন, বায়ুত শব্দ তৰংগৰ গতি আদি।

Comments

Popular posts from this blog

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি

ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ (দশম শ্ৰেণীৰ বাবে)