Main List No 4.5

Main List No 4.5

He is typing. সি টাইপ কৰি আছে।

Is he typing? সি টাইপ কৰি আছেনে?

Yes, he is. হয়, সি টাইপ কৰি আছে।

No, he isn't. নহয়, সি টাইপ কৰি থকা নাই। He is typing the application. তেওঁ আৱেদনখন টাইপ কৰি আছে। Is he typing the application? তেওঁ আৱেদনখন টাইপ কৰি আছে নে? What is he typing? তেওঁ কি টাইপ কৰি আছে? He is typing the application. তেওঁ আৱেদনখন টাইপ কৰি আছে।

He isn't typing the application. তেওঁ আৱেদনখন টাইপ কৰি থকা নাই। Isn't he typing the application? তেওঁ আৱেদনখন টাইপ কৰি থকা নাই নে? Why isn't he typing the application? তেওঁ কি টাইপ কৰি থকা নাই? He is busy in an another work; so, he isn't typing the application. তেওঁ বেলেগ এটা কামত ব্যস্ত; সেয়েহে, তেওঁ আৱেদনখন টাইপ কৰি থকা নাই


He is typing the application, isn't he? তেওঁ আৱেদনখন টাইপ কৰি আছে, নহয় নে?

He isn't typing the application, is he? তেওঁ আৱেদনখন টাইপ কৰি থকা নাই, হয় নে?


Some more examples -

d

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী