কোনো দুটা দশমিক সংখ্যাৰ মাজৰ দশমিক সংখ্যা বিষয়ক প্ৰশ্নোত্তৰ

(1) 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা হ'ল - 0.41, 0.42, 0.43, 0.44, 0.45, 0.46, 0.47, 0.48 আৰু 0.49

(2) 0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.411, 0.412, 0.413, 0.414, 0.415, 0.416, 0.417, 0.418 আৰু 0.419।

(3) 0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.4111, 0.4112, 0.4113, 0.4114, 0.4115, 0.4116, 0.4117, 0.4118 আৰু 0.4119।

(3) 0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.63210.6322, 0.6323, 0.6324, 0.6325, 0.6326, 0.6327, 0.6328 আৰু 0.6329।

(3) 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা হ'ল 0.63210.6322, 0.6323, 0.6324, 0.6325, 0.6326, 0.6327, 0.6328, ................... আৰু 0.6329।

(4) 0.4 আৰু 0.5 ৰ মাজত থকা 19 টা সংখ্যা লিখাঁ।

উত্তৰ - 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা হ'ল - 0.410, 0.411, 0.412 আৰু 0.49

(5) 0.4 আৰু 0.5 ৰ মাজত থকা কিমানটা দশমিক সংখ্যা লিখিব পৰা যাব?

উত্তৰ - অসংখ্য

Comments

  1. দশমিকৰ পিছত মুঠ কিমানটা অংক থাকিব পাৰে?

    ReplyDelete
  2. 0.4 পৰা 0.5 ৰ মাজত থকা 12 টা সংখ্যা লিখা।

    ReplyDelete
  3. ০.৯ৰ পৰা ১ ৰ মাজত থকা ৫টা ‌‌সংখ্যা লিখা ।

    ReplyDelete
  4. This comment has been removed by a blog administrator.

    ReplyDelete
  5. 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা লিখাঁ।

    ReplyDelete
    Replies
    1. 0.6321, 0.6322, 0.6323, 0.6324, 0.6325,0.6326, 0.6327, 0.6328, 0.6329, 0.63211, 0.63212, 0.63213, 0.63214, 0.63215, 0.63216, 0.63217, 0.63218, 0.63219, 0.63241, 0.63242, 0.63243, 0.63244, 0.63245, 0.63246, 0.63247, 0.63248, 0.63249,0.632191, 0.632192, 0.632193.

      Delete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী