কোনো দুটা দশমিক সংখ্যাৰ মাজৰ দশমিক সংখ্যা বিষয়ক প্ৰশ্নোত্তৰ
(1) 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা হ'ল - 0.41, 0.42, 0.43, 0.44, 0.45, 0.46, 0.47, 0.48 আৰু 0.49।
(2) 0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.411, 0.412, 0.413, 0.414, 0.415, 0.416, 0.417, 0.418 আৰু 0.419।
(3) 0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.4111, 0.4112, 0.4113, 0.4114, 0.4115, 0.4116, 0.4117, 0.4118 আৰু 0.4119।
(3) 0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা হ'ল 0.6321, 0.6322, 0.6323, 0.6324, 0.6325, 0.6326, 0.6327, 0.6328 আৰু 0.6329।
(3) 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা হ'ল 0.6321, 0.6322, 0.6323, 0.6324, 0.6325, 0.6326, 0.6327, 0.6328, ................... আৰু 0.6329।
(4) 0.4 আৰু 0.5 ৰ মাজত থকা 19 টা সংখ্যা লিখাঁ।
উত্তৰ - 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা হ'ল - 0.410, 0.411, 0.412 আৰু 0.49।
(5) 0.4 আৰু 0.5 ৰ মাজত থকা কিমানটা দশমিক সংখ্যা লিখিব পৰা যাব?
উত্তৰ - অসংখ্য
দশমিকৰ পিছত মুঠ কিমানটা অংক থাকিব পাৰে?
ReplyDeleteঅসংখ্য
Delete0.4 পৰা 0.5 ৰ মাজত থকা 12 টা সংখ্যা লিখা।
ReplyDelete০.৯ৰ পৰা ১ ৰ মাজত থকা ৫টা সংখ্যা লিখা ।
ReplyDeleteThis comment has been removed by a blog administrator.
ReplyDelete47.305
Delete0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা লিখাঁ।
ReplyDelete0.6321, 0.6322, 0.6323, 0.6324, 0.6325,0.6326, 0.6327, 0.6328, 0.6329, 0.63211, 0.63212, 0.63213, 0.63214, 0.63215, 0.63216, 0.63217, 0.63218, 0.63219, 0.63241, 0.63242, 0.63243, 0.63244, 0.63245, 0.63246, 0.63247, 0.63248, 0.63249,0.632191, 0.632192, 0.632193.
Delete