Sanskrit to Assamese Translation (Assamese meaning of the Sanskrit word ...)

Assamese meaning of Sanskrit Words -




Sanskrit Word / संस्कृतशब्दःAssamese / English Meaning  (ইংৰাজী / অসমীয়া অৰ্থ)
नरः / নৰঃমানুহ
मेघः / মেঘঃমেঘ
करः / কৰঃহাত
अजः / অজঃছাগলী

घटः / ঘটঃঘট, ঘটী

पादः / পাদঃভৰি
मठः / মঠঃমঠ

क्षुरः / ক্ষূৰঃক্ষূৰ

पर्वतः / পৰ্ৱতঃপৰ্বত

आचारः / আচাৰঃব্যৱহাৰ

सागरः / সাগৰঃসাগৰ

अलकः / অলকঃঅলকা (কপালৰ ওচৰৰ ভাঁজ লগা চুলি)

लता / লতালতা

वीणा / ৱীণাবীণ, বীণ

नारी / নাৰীনাৰী

नदी / নদীনদী

शारदा / শাৰদাশাৰদা, সৰস্বতী

आचार्या / আচাৰ্য়াআচাৰ্য়া

मापिका / মাপিকামাপিকা, স্কেল

जननी / জননীজননী, মা

पार्वती / পাৰ্ৱতীপাৰ্বতী

कलसी / কলসীকলহ, কলচী

लेखनी / লেখনীকলম, পেন

अङ्कनी / অঙ্কনীপেঞ্চিল, কাঠ পেঞ্চিল

फलम् / ফলম্ফল

पुष्पम् / পুষ্পম্পুষ্প, ফুল

जलम् / জলম্জল, পানী

गृहम् / গৃহম্গৃহ, ঘৰ

मुखम् / মুখম্মুখ

चित्रम् / চিত্ৰম্চিত্ৰ

नेत्रम् / নেত্ৰম্চকু

वनम् / ৱনম্বন, জঙ্ঘল, অৰণ্য

तालम् / তালম্তাল

यानम् / য়ানম্গাড়ী

आम्रम् / আম্ৰম্আম

सेवम् / সেৱম্আপেল




Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী