জাতীয় পতাকা ঢHoisting আৰু Unfurlৰ পাৰ্থক্য।

Hoisting আৰু Unfurlৰ পাৰ্থক্য।
*****************************
আমি জানো যে ১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ , অফিচিয়েলি তাক Hoisting বুলি কোৱা হয় । অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা Unfurl হে কৰোঁ । 
এই 
দুটা শব্দৰ প্ৰকৃত অৰ্থ কি ? আহক ,,  স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি Hoisting আৰু Unfurl ৰ পাৰ্থক্য কি জানি লওঁ…………
১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয় । তাকে Hoisting বোলে । ইয়াৰ অৰ্থ এয়ে যে …… এসময়ত আমি পৰাধীন আছিলো । আমাৰ পতাকা সেই সময়ত তলত আছিল । ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছো । সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !! 

অথচ 
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয় । ৰচিডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয় । সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয় ! এই প্ৰক্ৰিয়াক Unfurled বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে , আমি এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ !! আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব !!  এই দিনটোত জাতীয় পতাকা তলৰ পৰা ওপৰলৈ তুলিলে , পতাকাখনক আছলতে অৱমাননা কৰাহে হয় !!!

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি