নিৰ্ৱাণ ষট্কম্ (निर्वाण षट्कम्), आदिगुरु शंकराचार्यः।

 

নিৰ্ৱাণ ষট্কম্ , ৰাগ আৰু ৰঙৰ ঊৰ্দ্ধত ...


আদিগুৰু শংকৰাচাৰ্য

    হাজাৰ বছৰৰ আগতে আদি শঙ্কৰৰ দ্বাৰা ৰচিত নিৰ্বান ষট্কমে আজিও অলেখ-অযুত শ্ৰোতাৰ মন বিমোহিত কৰে। ই আমাক ৰাগ আৰু ৰঙৰ উৰ্দ্ধত এক বিশেষ আয়ামৰ ফালে লৈ যায়।

নিৰ্ৱাণ ষট্কমৰ (षट्कमः/ षट्कमस्य) মূল ভাৱ বৈৰাগ্য। এই মন্ত্ৰক ব্ৰহ্মচাৰ্য মাৰ্গৰ সমাৰ্থক বুলি গণ্য কৰা হয়। ইয়াৰ ধ্বনিয়ে আমাৰ হৃদয়ৰ গভীৰতাত গভীৰ আধ্যাত্ম ভাৱৰ জন্ম দিয়ে। ইয়াৰ উচ্চাৰণে মনলৈ এক অনন্য শান্তি আৰু পবিত্ৰতাৰ ভাৱ আনে। ৰাতি শোৱাৰ আগে আগে ধ্যানস্থিতিত বহি এই মন্ত্ৰৰ উচ্চৰাণ কৰিলে মনৰ অৱসাদ, মানসিক চাপ আদি দূৰ কৰি টোপনি স্বাভাৱিক কৰি তোলে। পৰৱৰ্তী দিনৰ জাগৰণ হয় প্ৰফুল্লিত, সুস্থ মানসিক বিচাৰযুক্ত আৰু আশাবাদী।


নিৰ্ৱাণৰ অৰ্থ হনিৰাকাৰ। নিৰ্ৱাণ ষট্কমৰ অৰ্থ তলত দিয়া ধৰণৰ -  


देवनागरी लिपि में –

मनोबुद्धयहंकारचित्तानि नाहम्   श्रोत्र जिह्वे   घ्राण नेत्रे

  व्योम भूमिर्न तेजॊ  वायुचिदानन्द रूपशिवोऽहम् शिवोऽहम् 1

 

অসমীয়া লিপিত -

মনোবুদ্ধ্যহংকাৰচিত্তানি নাহম্ ন চ শ্ৰোত্ৰ জিহ্ৱে ন চ ঘ্ৰাণ নেত্ৰে

ন চ ৱ্যোমভূমিৰ্ন তেজো ন ৱায়ুঃ চিদানন্দ ৰূপঃ শিৱোহম্ শিৱোহম্ ।।১।।


हिन्दी अर्थ - मैं मन, बुद्धि, अहंकार अतवा चित्त हूं। मैं कान, जीभ, नासिका अथवा नेत्र भी नही हूंमैं, आकाश, धरती, अग्नि अथवा वायु भी नहीं हूंमैं तो शुद्ध चेतना हूं, अनादि, अनंत शिव हूं, शिव हूं।


অসমীয়া অৰ্থ – মই মন, বুদ্ধি, অহংকাৰ অথবা চিত্ত নহয়। মই কাণ, জিভা, নাক অথবা চকুও নহয়। মই আকাশ, পৃথিৱী, অগ্নি অথবা বায়ুও নহয়। মই মাথোঁ চিদান্দ (চিত্ত + আনন্দ) ৰূপ শিৱ হওঁ, শিৱ হওঁ।


देवनागरी लिपि में –

  प्राण संज्ञो  वै पञ्चवायु वा सप्तधातुर्न वा पञ्चकोश:

 वाक्पाणिपादौ   चोपस्थपायू चिदानन्द रूप:शिवोऽहम् शिवोऽहम् 2

 

অসমীয়া লিপিত -

ন চ প্ৰাণ সংজ্ঞো ন ৱৈ পঞ্চৱায়ুঃ ন ৱা সপ্তধাতুৰ্ণ ৱা পঞ্চকোশঃ

ন ৱাক্পাণিপাদৌ ন চোপস্থপায়ূ চিদানন্দ ৰূপঃ শিৱোহম্ শিৱোহম্।।২।।


हिन्दी अर्थ – मैं प्राण अथवा पंच वायु नहीं हूं। मैं पञ्च धातु अथवा पञ्च कोश भी नहीं हूं  मैं वाणी (वाक्), हाठ (पाणि), उत्सर्जन की इन्द्रियां भी नहीं हूं। मैं तो शुद्ध चेतना हूं, अनादि, अनंत शिव हूं, शिव हूं।


অসমীয়া অৰ্থ – মই প্ৰাণ অথবা পঞ্চ বায়ু নহয়। মই বাণী, হাত (পাণি) অথবা পায়ু (উত্সৰ্জনৰৰ অংগ)ও নহয়। মই মাথোঁ চিদান্দ (চিত্ত + আনন্দ) ৰূপ শিৱ হওঁ, শিৱ হওঁ।

देवनागरी लिपि में –

 मे द्वेष रागौ  मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:

 धर्मो  चार्थो  कामो ना मोक्षचिदानन्द रूप: शिवोऽहम् शिवोऽहम् 3

 

অসমীয়া লিপিত -

ন মে দ্ৱেষ ৰাগৌ ন মে লোভ মোহৌ মদো নৈৱ মে নৈৱ মাত্সৰ্য় ভাৱঃ

ন ধৰ্মো ন চাৰ্থো ন কামো না মোক্ষঃ চিদানন্দ ৰূপঃ শিৱোহম্ শিৱোহম্।।২।।


हिन्दी अर्थ – न मुझे घृणा (द्वेष), लगाव (लोभः) अथवा मोह हैं, अपितु मुझे अभिमान, ईर्ष्या, धर्म, धन, काम एवं मोक्ष का भाव भी नहीं हैं। मैं तू शुद्ध चेतना हूं, अनादि, अनंत शिव हूं।

 

অসমীয়া অৰ্থ – মোৰ ঘৃণা (দ্ৱেষ), লোভ অথবা মোহ নাই। আনকি মোৰ অভিমান, ঈৰ্ষা, ধৰ্ম, ধন, কাম আৰু মোক্ষৰ আকাঙ্খ্যাও নাই।মই মাথোঁ চিদান্দ (চিত্ত + আনন্দ) ৰূপ শিৱ হওঁ, শিৱ হওঁ।

(ক্ৰমশ...)

Comments

Post a Comment

Thanks for your response.