Assamese to English Translation (Using Have / Has)

 I have _____.  (মোৰ ______আছে।)

1. মোৰ এখন চাইকেল আছে।

Ans. I have a bicycle.

2. মোৰ এটা ফুটবল আছে।

Ans. I have a football.

3. মোৰ এটা লেপটপ আছে।

Ans. I have a laptop.

4. মোৰ এটা মোবাইল ফোন আছে।

Ans. I have a mobile phone.

5. মোৰ এটা টেবলেট আছে।

Ans. I have a tablet.

6. মোৰ এটা পুতলা আছে।

Ans. I have a doll.

7. মোৰ এখন টেবুল আছে।

Ans. I have a table.

8. মোৰ এখন ক্ৰিকেট-বেট আছে।

Ans. I have a cricket bat.

মোৰ এখন জাতীয় পতকা আছে।

I have a tricolour.

 

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি