মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, বিজ্ঞান, পঞ্চম অধ্যায় (খণ্ড - 2), দশম শ্ৰেণী।

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন,

বিজ্ঞানৰ প্ৰশ্নোত্তৰ (খণ্ড - 2),

দশম শ্ৰেণী।


পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 80


3. ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ উদাহৰণ তিনিটা কি কি?

উত্তৰ - ড’বাৰেইনাৰৰ ট্ৰায়াড বা ত্ৰিকৰ উদাহৰণ তিনিটা হ’ল -

(i) লিথিয়াম (6.9u), ছ’ডিয়াম (23.0u), আৰু পটেছিয়াম (39.0u)

(ii) কেলছিয়াম (40.0u), ষ্ট্ৰ’নছিয়াম (87.6u), আৰু বেৰিয়াম (137.3u)

(iii) ক্ল’ৰিন (35.5u), ব্ৰ’মিন (79.9u), আৰু আয়’ডিন (126.9u)

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, পঞ্চম অধ্যায় (খণ্ড - 1), বিজ্ঞান, দশম শ্ৰেণীৰ প্ৰশ্নোত্তৰৰ বাবে ইয়াত ক্লিক্/touch কৰাঁ।

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি