অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ (Assamese to English Translation, Part - 1)

 Translations 

(Assamese to English)


1. মোৰ দুটা মোবাইল ফোন আছে।

Ans. I have two mobile phones.

2. তেওঁৰ টেবুলত বহুত কিতাপ আছে।

Ans. He has many books on his table.

3. ছোৱালীবোৰৰ বহুত খাৰু আছে।

Ans. The girls have many bangles.

4. তাইৰ এটা ছাতি আছে।

Ans. She has an umbrella.

5. মোৰ সময় নাই।

Ans. I have no time.

6. মোৰ জেপত কোনো পইচা নাই।

Ans. I have not any money in my pocket.

7. তোমাৰ জেপত পইচা আছেনে?

Ans. Do you have any money in your pocket?

8. তেওঁৰ এটা ভাল চাকৰি আছে।

Ans. He has a good job.

9. তাইৰ দুখন কিতাপ আছে।

Ans. She has two books.

10. ৰাম আৰু সীতাৰ দুজন পুত্ৰ আছে।

Ans. Ram and Sita have two sons.

11. মোৰ এটা এছ. আৰ লেপটপ আছে।

Ans. I have an SR laptop.

12. মোৰ এখন এটকীয়া নোট আছে।

 Ans. I have a one rupee note.

13. মানুহজনৰ এটা RCC বিল্ডিং আছে।

Ans. The man has an RCC building.

14. তোমাৰ যথেষ্ট সময় আছে।

Ans. You have lots of time.

 

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি