কম্পিউটাৰৰ পৰিচয়

1. কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি?

উত্তৰ - 'পৰিকলন যন্ত্ৰ'।

2. 'কম্পিউটাৰ' শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি?

উত্তৰ - কম্পিউটাৰ শব্দটো লেটিন ভাষাৰ 'কম্পিউট' (compute) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ 'গণনা কৰা'।

3. কম্পিউটাৰ কি?

উত্তৰ - কম্পিউটাৰ হ'ল দ্ৰুত বেগত 100 শতাংশ শুদ্ধতাৰে গণনা কৰা এটা বৈদ্যুতিক যন্ত্ৰ।

4. কম্পিউটাৰৰ বিভিন্ন চৰিত্ৰ বা বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ - কম্পিউটাৰৰ বিভিন্ন চৰিত্ৰ বা বৈশিষ্ট্যবোৰ হ'ল -

      a. গতি (Speed)

      b. সংৰক্ষণ ক্ষমতা বা মনত ৰখাৰ শক্তি (Storage capacity or Memory)

      c. বিশ্বাসযোগ্য আৰু শুদ্ধ (Reliable and accurate)

      d. স্থিৰতা (Consistent)

      e. সৰ্বদক্ষ (Versatile)


Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam