HTML ত   কি?

HTML ত &nbsp ৰ অৰ্থ হল non-breaking space (অবিচ্ছিন্ন ব্যৱধান). Alternatively referred to as a fixed space or hard space. ইয়াক  programming ত আৰু word processing কাৰ্যত ব্যৱধান (space) সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়। যত নেকি শাৰী একোটা word wrap ৰ দ্বাৰা ভাঙিব পৰা নাযায়।HTML   এ আপোনাক একাধিক ব্যৱধান সৃষ্টি কৰাত সহায় কেৰ, যিটো source code তেই নহয় বৰঞ্চ web page ত দেখা পোৱা যায়।
...........
> লিখিলে > এই চিনডাল দেখুৱায়।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam